১৩৩ টা পদত চাকৰি মুকলি অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত - Directorate of Economics & Statistics Assam Recruitment 2020

১৩৩ টা পদত চাকৰি মুকলি অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত - Directorate of Economics & Statistics Assam Recruitment 2020




অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত বহুকেইটা পদ মুকলি হৈছে। এই পদবোৰত কত কেনেকৈ আবেদন কৰিব ইয়াৰ সকলো বিষয় সহজ ভাৱে তলত উল্লেখ কৰা হৈছে। আৰু গোটেই তথ্য ভালকৈ জানিবলৈ তলত Official Advertisement ৰ লিংক দিয়া আছে তাত চাই লব।
ধন্যবাদ

1.
➤ পদৰ নাম(Name of Post) :- Sub-inspector of Statistics

➤ খালী পদ(Vacancy) :- ৩৫ টা খালী পদ আছে,

➤ শিক্ষাগত অৰ্হতা(Educational Qualification) :- Economics/ Mathematic/ Statistics ইয়াৰ যিকোনো বিষয়সহ Graduate আৰু ৬ মহীয়া Computer Diploma/ Certificate থাকিব লাগিব,

➤ দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৪৯ হাজাৰ টকালৈ হব। আৰু লগতে ৭ হাজাৰ ৬ শ টকা Grade Pay থাকিব,
 
➤ বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)


2.
➤ পদৰ নাম(Name of Post) :- Junior Artist-cum Draftsman

➤ খালী পদ(Vacancy) :- ১ টা খালী পদ আছে,

➤শিক্ষাগত অৰ্হতা(Educational Qualification) :- HS ৰ লগতে Fine Arts ৰ Diploma/Certificate লাগিব । ইংৰাজী আৰু অসমীয়া ভাষা ভালদৰে জানিব লাগিব।

➤ দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৪৯ হাজাৰ টকালৈ হব। আৰু লগতে ৭ হাজাৰ ৬ শ টকা Grade Pay থাকিব,

➤ বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)

3.
➤ পদৰ নাম(Name of Post) :- Junior Assistant (Hqrs.)

➤ খালী পদ(Vacancy) :- ১২ টা খালী পদ আছে,

➤ শিক্ষাগত অৰ্হতা(Educational Qualification) :- Graduate হব লাগিব আৰু ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate লাগিব । ইংৰাজী আৰু অসমীয়া ভাষা ভালদৰে জানিব লাগিব।

➤ দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৪৯ হাজাৰ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব,

➤ বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)

4.
➤ পদৰ নাম(Name of Post) :- Primary Investigator/Computer

➤ খালী পদ(Vacancy) :- ৩০ টা খালী পদ আছে,

➤ শিক্ষাগত অৰ্হতা(Educational Qualification) :- Mathematic/ Statistics সহ HS Pass হব লাগিব আৰু ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate লাগিব ।

➤ দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৪৯ হাজাৰ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব,

➤ বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)

5.
➤ পদৰ নাম(Name of Post) :- Field Assistant

➤ খালী পদ(Vacancy) :- ৫৫ টা খালী পদ আছে,

➤ শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSLC Pass হব লাগিব আৰু ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate লাগিব ।

➤ দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৪৯ হাজাৰ টকালৈ হব। আৰু লগতে ৫ হাজাৰ ৬ শ টকা Grade Pay থাকিব,

➤ বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)

➤ আবেদন কৰা প্ৰক্ৰিয়া :- ইচ্ছুক প্ৰাৰ্থীসকলে Online যোগে আবেদন কৰিব পাৰিব। Online Apply লিংক তলত দিয়া আছে।

➤ আবেদন কৰা আৰম্ভনি তাৰিখ :- 25 September 2020

➤ আবেদন কৰা অন্তিম তাৰিখ :- 15 October 2020

➤ নথিপত্ৰ(Document) :- Online আবেদনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে Employment Exchange Registration Card/Certificate সহ শিক্ষাগত অৰ্হতাৰ নথিপত্ৰ, আবেদনকাৰিৰ Passport Size ফটো আৰু Signature Upload কৰিব লাগিব


Official Advertisement :- Click Here

Online Apply :- Click Here
 
 

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form