Best Assamese Caption For Facebook, Whatsapp, Instagram - Jibonar Rong

Best Assamese Caption For Facebook, Whatsapp, Instagram - Jibonar Rong

Assamese Quotes, Sad love status in Assamese, Assamese Whatsapp Status,

1000+ Best Assamese Quotes

Assamese Quotes On Life -  অসমীয়া প্ৰেমৰ Status For Facebook :-


1. সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা ইয়াক সৎ কামত নিয়োজিত কৰা । চাবা এদিন সুখৰ দিন আপোনাৰো আহিব ।

2. ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল হেৰুৱাব ভয় নাথাকে ! 💔

3. পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়,সঁচা ভালপোৱাজনে কেতিয়াওঁ এৰি থৈ নাযায় ❤
কাৰণ, এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট 🙂💔

4. কিছুমান মধুৰ সম্পৰ্কৰ ভূলৰ বাবেই ভাঙি যায় 😢 এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে যেতিয়া বোজা বুলি ভাবি লয় 💔

5. এজনে যদি সম্পৰ্কটো ৰাখিব বিচাৰে আনজনে যদি সম্পৰ্কটো ৰাখিব নিবিছাৰে তেন্তে সেই সম্পৰ্কটো শেষ কৰি দিয়াই উচিত 💔

6. ভূলটো আমি তেতিয়াই কৰো ন 😢 যি আমাক গুৰুত্ব নিদিয়ে বুলি জানিও বাৰে বাৰে তেওঁ ওচৰত গুৰুত্ব বিচাৰি গৈ 💔

7. জীৱনত যিমান ডাঙৰ বিপদ আহিলেও তোক এৰি নাযাওঁ বুলি কোৱা জনকহে প্ৰিয়জন হিচাপে বিচাৰো 😍

8. সচাঁ অন্তৰেই যদি তেওঁক ভাল পোৱা তেন্তে সম্পৰ্কটোৰ পৰা জেদবোৰ আতঁৰাই মৰমেৰে আগুৱাই যোৱা ❤

9. প্ৰেম কি আচৰিত ন 🤔 তুমি যাক লৈ বেছি সপোন দেখা তেওঁ আন কৰোবাৰ হ'ব বিচাৰে 💔

10. নিজৰ সপোনবোৰ পূৰাবলৈ সুবিধা পালেও কিছুমান মানুহে আমাক যেনেকৈ নহওঁক বাধা দি ৰখাই দিয়ে ☺️ সেই তেতিয়াই সপোনবোৰ মৰহি যায় আৰু দ্বিতীয় বাৰ সপোন দেখিবলৈ মন নাযায়😊💔

11. প্ৰেম এক স্বৰ্গীয় অনুভূতি, ইয়াৰ আকাৰ নাই, আকৃতি নাই, ৰং নাই, ইয়াৰ নাই কোনো ধৰ্ম। ত্যাগৰ নামেই হল প্ৰেম। 💖

12. ল'ৰা বোৰে সেই দিনাৰ পৰাই সপোনবোৰ সীমিত আকাৰত দেখিবলৈ ধৰে, যি দিনা ঘৰ খনৰ দায়িত্বভাৰ নিজৰ ওপৰত আহি পৰে 😌

13. কাৰোবাক ভাল পালে ইমান খিনি পোৱা ,যাতে সামান্য কষ্ট অনুভৱ কৰিলেও আগতে তোমাৰ কথা মনত পেলায় 😌

14. যদিও বা কওঁ অকলশৰে থাকিয়েই ভাল লাগে😊 তথাপিও কোনোবাখিনি সময়ত
প্ৰিয়জনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ৷💚

15. আচলতে মনৰ ভিতৰত তোমাক কবলৈ বহু কথাই আছে কিন্তু, শব্দৰ অভাৱত বহু কথাই ৰৈ যায় কবলৈ। ❤️

16. জীবনটো দুদিনীয়া 😌সেইবাবে কাৰোবাৰ ওপৰত খং নকৰিবা, জীয়াই থকা দুটা দিন হাঁহি থাকিবলৈ চেষ্টা কৰা ❤️

17. জীৱনত খালি পেটে আৰু খালী জেপে
যিখিনি শিক্ষা দিয়ে 🙂সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে ☺

18. মৰম-ভালপোৱা দিয়া হয়, ই জুখিব পৰা বস্তু বা প্ৰমাণ কৰিব লগা কোনো গণিত নহয় ❤️

19. অৰ্থহীন প্রেমক লৈ জীয়াই থকাতকৈ,
সপোনৰ জগতত জীয়াই থকাই ভাল. ❤️

20. খোলা চকুৰে দেখা সপোনবোৰক গুৰুত্ব দিয়া , বন্ধ চকুৰে ৰাতি দেখা সপোনবোৰক নহয় ।
❤️

21. হাঁহি ধুনীয়া হয় হাঁহিব জানিলে 😊 কথা ধুনীয়া হয় কব জানিলে 😇 সম্পৰ্ক ধুনীয়া হয়, বিশ্বাস আৰু বুজা পৰা থাকিলে ❤️ সকলো ধুনীয়া হয় এটা ভাল মন থাকিলে🤗

22. কাৰোবাৰ ওচৰত হাৰি যোৱাৰ বাবে জন্ম লোৱা নাই, হয় জিকিম, নহলে শিকিম !

23. কাৰোবাক মৰমৰ দিয়াটো আটাইতকৈ ডাঙৰ উপহাৰ আৰু বেলেগৰ পৰা পোৱা মৰমৰ বোৰ আটাইতকৈ ডাঙৰ সন্মান ।

24. আতৰি যোৱা জন কেতিয়াও আপোন নাছিল, আপোন হলে কেতিয়াও আতৰি নগলে হয় 😊

25. মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়,। গতিকে,হৃদয়খনেই যদি চাফা নহয় তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটোও একো কামৰ নহয়। 😇🙏

26. অসহায় কি সেইজনক সুধা যিজনৰ চিনাকি বহুত আছে কিন্তু মনৰ কথা কবলৈ কাষত কোনো নাই😊

27. ছোৱালী এজনীৰ কান্ধত হাত খন থওঁতে তাই যাতে ভয়ৰ সলনি সেই হাত খনত সুৰক্ষাৰ পথ পাই তেনেকৈ থোৱা💕

28. ছোৱালীৰ জীবনটো কি আছৰিত ন
নিজৰ ঘৰখন এৰি আনৰ ঘৰ এখনলৈ যাব লাগিব, আমি চোন দুদিন কৰবাত থাকিলেই মাথা গৰম হৈ যায় ☺

29. আপোনাৰ পৰিয়ালটো কিমান ধনী সেইটো ডাঙৰ কথা নহয়, আপোনাৰ পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা ।

30. দেউতা নামৰ গছজোপাৰ ছাঁ যাৰ ওপৰত নাই
তেওঁ বুজে ৰদৰ তাপ কিমান প্ৰহৰ হয় ☺


Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form