463 Heart Touching Assamese Status 2023 | Facebook, Instagram, Whatsapp Status

Dear Friends,
আপোনালোক বহুতে হয়টো Facebook, Whatsapp Share কৰিবলৈ Sad Quotes, Romantic Assamese Quotes, Romantic Shayari, Inspirational Quotes,
Short Quotes About Life, এনেধৰনৰ Short Quotes বিছাৰি থাকিব লগা হয়, বা প্ৰয়োজন অনুসৰি কিছুমান Quotes বিছাৰি নাপায়, সেইকাৰণে আজি মই এই Article টোৰ জৰিয়তে আপোনালোকলৈ তেনেকুৱা বহুটো Assamese Short Quotes লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে আপোনালোকৰ প্ৰয়োজন অনুসৰি সকলো Shayari বা  Status এই Article টো পাব। আৰু লগত বহুতো Assamese Short Quotes Image চাবলৈ বা পঢ়িবলৈ 
JIBONAR RONG সৈতে সংযুক্ত হৈ থাকক। ধন্যবাদ

romantic assamese status & Image,  অসমীয়া ডাইলগ, জীৱনৰ আৱেগিক status, অসমীয়া প্ৰেমৰ বাণী, প্ৰকৃতিৰ status,  Assamese Love Quotes for gf,  Assamese Love Quotes in English,  অসমীয়া caption smile,  love quotes in assamese,  Sad love status, Niribili Assamese photo, Assamese love Photo,  assamese quotes images,  Assamese dukhor shayari,  romantic love status & Images,  love status images assamese,  niribili assamese photo,  Assamese Sad picture,  Niribili Assamese quotes,  Niribili assamese status Download,  Assamese shayari text,  Assamese quotes on smile,  Assamese QuotesLove,  Assamese Quotes About Life,

 

 real love assamese love quotes

1. তোমাক নাপাও বুলি জানিও, তোমাক বিচাৰি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও পাহৰি নাথাকো। 

2. তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ পাছতো তোমাকেই ভাল পাই থাকে


3. বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নকবা, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপার্জন কৰে।


4. সকলো লৰাই প্ৰেমক ধেমালি বুলি নাভাবে,

সিহঁতেও সপোন দেখে ভালপোৱা ছোৱালী জনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষলৈ অনিবলৈ !

5. সপোনবোৰ আধৰুৱা হৈ ', তুমি দিয়া প্ৰতিশ্ৰুতি ভাঙি '  
আজীৱন লগত থাকিম বুলি কোৱা মোৰ প্ৰিয়জনীয়ে মোক এটা সৰু অজুহাত দেখুৱাই আঁতৰি 'ল। 

assamese heart touching quotes

6. ধনী ঘৰত জন্ম 'লে জীৱনটো উপভোগ কৰিবা, আৰু দুখীয়া ঘৰত জন্ম 'লে জীৱন মানে কি বুজি পাবা 

7. কাৰোবাক ভুল বুজাৰ আগতে তেওঁৰ পৰিস্থিতিৰ বিষয়ে বুজ লোৱাতো উচিত।


8. এজনী ছোৱালীৰ আটাইতকৈ বেছি Attractive বস্তু হৈছে, তেওঁৰ ব্যৱহাৰ আৰু কথা বতৰা বোৰ 


9. জীৱনটো সহজ হৈ পৰিব, যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা Negative মানুহ খিনিক

Delete কৰি দিবা।


10. দুখ সহ্য কৰিব পৰিলেও কেতিয়াও মিছা কথা সহ্য কৰিব নোৱাৰি 

relationship assamese love quotes

11. প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয়, ৰাণী ৰূপত চাবলৈ বেছি পছন্দ কৰে 

12. হাঁহিবলৈ টকা-পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰে অলেখ হাঁহি বিয়োপায় 


13. বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ

সময় থাকোতেই গুৰুত্ব দিবলৈ শিকা মানুহৰ চিন্তাৰ পৰিধি  মৃতদেহ চুলে গা ধুৱে, কিন্তু অন্য জীৱ হত্যা কৰি খায়,একো নহয় ! এই মন্দিৰ,মছজিদবোৰো বৰ আচৰিত ঠাই! ইয়াত দুখীয়াবোৰে বাহিৰত আৰু ধনীবোৰে ভিতৰত ভিক্ষা কৰে আজৱ পৃথিৱীৰ গজব কথা - মমবাতি জ্বলাই মৃতজনক স্মৰন কৰে আৰু মমবাতি নুমুৱাই জন্মদিন পালন কৰে  ওৰে জীৱন ওজন সহ্য কৰে গজালটোৱে !কিন্তু মানুহে প্ৰশংশা কৰে গজালটোত ওলমি থকা ফটোখনৰ হে

14. সেইজনৰ বাবে জীয়াই থাকিব শিকা, যিজনে তোমাৰ বাবে মৰিবলৈ সাজু  


15. ভাল পোৱাটো পাপ নহয় !
মানুবোৰ পাপী ! ভালপোৱাই মানু্হক নকন্দুৱাই ! মানুহে মানু্হক কন্দুৱাই ! ভালপোৱাই মানু্হক কষ্ট নিদিয়ে ! মানুহে মানু্হক কষ্ট দিয়ে ! এইটোৱে বাস্তব !

true love assamese shayari

16. ৰূপৰ সৌন্দৰ্যতাৰ দ্বাৰা ব্যক্তি এজনৰ চৰিত্ৰ নিৰ্ধাৰণ কৰিব পৰা নাযায়। ব্যক্তি এজনৰ মন, ব্যৱহাৰ, চিন্তা ধাৰাৰ দ্বাৰাই হে এজন প্ৰকৃত ব্যক্তি চৰিত্ৰ নিৰ্ধাৰণ কৰাত সহায় কৰে

17. বেলিটোও অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে ! আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক সদায় নিজকে সুখী আৰু সৰলতাৰে ৰাখক।


18. নিজৰ বাহিৰেসকলোৱে আপোন, মাথো দুদিনৰ বাবেহে.... লাগিলে তেজৰ সম্পৰ্কীয় নহওঁক কিয় 


19. জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয়.. 


20. ব্যস্ততাবোৰ শেষ হলেই নীসংগতাই আৱৰি ধৰে, টোপনিও আজিকালি নলয়চোন আঁকোৱালি, অনুভৱবোৰ শেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্রশ্নবোৰৰ উত্তৰ বিচাৰি৷

alone assamese quotes

21. এনেকুৱা এজন মানুহৰ লগত আছোঁ
যিজনে মোক বুজি নুবুজা ভাও ধৰি ।মোক অবহেলা কৰে আৰু মোৰ ভুল এইটোয়ে মই তেওঁ কৰা আবাহেলা পৰিবৰ্তে ভাল পোৱা দিবলৈ চেষ্টা কৰি আছোঁ 

22. কোনো কাৰো আপোন নহয়, দুদিনৰ চিনাকি, দুদিনৰ পৰিচয়, কিছু ভাল লগা সময় আৰু সামন্য অভিনয় 


23. পৃথিৱীত সকলাে বস্তুৱেই মূল্যৱান, মাত্ৰ সেয়া__ হেৰাই যোৱাৰ পিছত আৰু বিছাৰি পোৱাৰ আগত


24. কাৰোবাক ইমানো অৱহেলা নকৰিৱা যে,

কান্দি কান্দি সি তোমাক হাতযোৰ কৰিবলৈ বাধ্য হৈ পৰে !

25. সেইজনী ছোৱালী বহুত ভাগ্যৱান যাৰ জীৱন সংগী মানুহজনৰ টকা কম থাকিলেও চৰিত্ৰটো খাটি।

niribili assam quotes

26. নাৰীক সন্মান কৰাটো নাৰীৰ প্ৰতি থকা দুৰ্বলতা নহয়, এইয়া হৈছে এগৰাকী নাৰীৰ প্ৰতি থকা মমতাহে।

27. দুখীয়া বুলি কাকো নাহাঁহিবা কাৰণ জন্ম হৈ কোনো ধনী হৈ নাহে আৰু দুখীয়া পৰা হে জীৱন সংগ্ৰামৰ প্ৰথম শিক্ষা পোৱা যায়। 


28. মানুহ বোৰে Social Media মাকৰ প্ৰতি যিমান মৰম দেখুৱাই বাস্তৱত যদি তাৰে আধাও মৰম কৰিলে হেঁতেন তেনেহলে বৃদ্ধাশ্ৰম নাথাকিলে হেঁতেন।


29. প্ৰতিজনী ছোৱালীয়ে যদি টকা পইচা দেখি  প্ৰেম কৰা 'লে আজি দুখীয়া দুখীয়া মানুহ বোৰৰ

সংসাৰ কৰা নেদেখিলোঁ হয়।

30. হে ভগৱান কন্যা সন্তান তেওঁক হে দিব যিয়ে তাইক বোজা বুলি নহয়, ঘৰৰ লখিমী বুলি ভাবে

assamese love lines

31. যিয়ে তোমাক পাত্তা নিদিয়ে তেওঁকো পাত্তা দিয়াৰ কোনো প্ৰয়োজন নাই। এইটো জানি 'বা যে, “তোমাৰ ওচৰত তুমিয়েই মহান” 

32. এজন দায়িত্ববান 'ৰাই হে পাৰে এজনী পাগলী টাইপৰ ছোৱালীক জীৱন সলাইদিবলৈ।


33. মা দেউতাৰ পৰা দাবী কৰি বস্তু লোৱাতকৈ

অলপ অলপ কৈ টকা জমা কৰি ভাল লগা বস্তু
কিনাৰ আনন্দ মধ্যবিত্ত পৰিয়ালৰ সন্তানে ভাল দৰে বুজে।

34. প্ৰিয়জনৰ লগত পাৰ্কত নাযাওঁ, মন্দিৰত গৈ সেৱা এটা 'বলৈ মনত আশা এটা পুহি ৰাখিছোঁ।


35. মা দেউতা অসুস্থ 'লে গোটেই ঘৰখনেই অসুস্থ হৈ পৰে যেন সকলোৰে কাৰণে দিনটোৱেই অশুভ হৈ পৰে।

life assamese quotes

36. প্ৰিয় মানুহ সেইজনহে, যিয়ে অতীত খুচৰি নহয়, অতীতক পাহৰাই নতুনকৈ জীয়াই থাকিবলৈ শিকাই। 

37. প্ৰথম প্ৰেম দ্বিতীয় বুলি কোনো কথা নাই

যাক পাই তুমি অতীত পাহৰিব পাৰিছা সেয়াই হয়তো প্ৰেম।

38. ভুল থাকক বা নাথাকক ক্ষমা সেইজনেই প্ৰথমে বিচাৰে যিয়ে তোমাক হেৰুৱাব ভয় কৰে।


39. Depression শব্দটো কেৱল প্ৰেম ভালপোৱাৰ ক্ষেত্ৰতে জড়িত নাথাকে

কেতিয়াবা জীৱনৰ আন আন সমস্যা
বোৰৰ লগত আগুৰি ধৰে। 

40. এজন পাগল টাইপৰ 'ৰাক সথিক পথত

অনাৰ কাৰণে এজনী ছোৱালীৰ প্ৰকৃত সচাঁ
প্ৰেমে যথেষ্ট। 

emotional assamese quotes

41. প্ৰতিজনী ছোৱালীৰে এটা নিজস্ব সপোন থাকে আত্মনিৰ্ভৰশীল হৈ দেউতাক অলপ
সহায় কৰা। 

42. প্ৰত্যেক জন মানুহৰ জীৱনত এনেকুৱা

এজন সংগী থকা খুবেই জৰুৰী যিয়ে তোমাৰ যিকোনো বিপদৰ সময়ত তোমাৰ সাহস হৈ থিয় দিয়ে। 

43. টকা জমা কৰি ভাল লগা বস্তু কিনাৰ আনন্দ কি সেয়া মাত্ৰ মধ্যবিত্ত ঘৰৰ 'ৰা ছোৱালীয়েহে

ভাল দৰে বুজি পায়।

44. মিছা কথা কৈ Hero' হোৱাতকৈ সৎ পথত চলি সাধাৰণ হোৱাটোৱেই বহু গুণে ভাল।


45. আমাৰ দৰে Single সকলৰ বাবেটো Meme বোৰেই প্ৰিয় হৈ পৰে। 

life assamese shayari

46. প্ৰতিটো সম্পৰ্কত এজাক ধুমুহাৰ খুবেই প্ৰয়োজন, কাৰণ সেই হৈ যোৱা ধুমুহা জাকৰ পৰাহে গম পোৱা যায় কোন, কাৰ কিমান আপোন আছিল।

47. দুখীয়া ঘৰৰ লৰা-ছোৱালীৰ মুখত যিমান কি হাঁহি নাথকক, ঘৰৰ কিছুমান অভাৱে চকুপানী উলিয়াবই 


48. ছোৱালী মানেই নিজৰ পছন্দৰ 'ৰাটোক ত্যাগ কৰি অচিনাকি 'ৰা এজনৰ লগত বিয়াত বহিব লগীয়া হয়। একমাত্ৰ মাক দেউতাকৰ স্বাৰ্থত


49. খং দেখুৱাই Bye বুলি কোৱাৰ পাছতো

এটা Reply পোৱাৰ আশাৰে ৰৈ থকাৰ নামেই হয়তো সচাঁ ভালপোৱা। 

50. শৰীৰৰ অৰ্ধ অংগ দেখুৱাই ফটো দিলে Like Comment পাব পাৰিবা ভন্টি ! কিন্তু বাস্তৱ জীৱনত তোমাৰ  সন্মান কমি যাব।

assamese dukhor status

51. “ব্যস্ত আছোঁএইয়া মাথোঁ অজুহাত হে মাত্ৰ
প্ৰিয়জনৰ খবৰ ৰাখিবলৈ সময়ৰ নহয়, প্ৰিয়জনৰ প্ৰতি গুৰুত্ব প্ৰয়োজন হয়।

52. তোমাক  দামী দামী উপহাৰ দিবলৈ মোৰ সামৰ্থ্য নাই কিন্তু টকীয়া সেন্দুৰ দি ভালপোৱাৰ পূৰ্ণতা দিব পাৰিম।


53. জীৱনটোক লৈ তুমি যিমানেই যি সপোন নেদেখা কিয় শেষত ভাগ্যত যি লিখা থাকে, সেয়াই 'ব।


54. ভাল সেইজনক পোৱা যিয়ে তোমাক পাই দ্বিতীয় জনৰ কথা নাভাবে।


55. এজনী ছোৱালীয়ে জীৱনত আটাইতকৈ বেছি আশা কৰা বস্তুটো হৈছে এজন কেয়াৰিং লাইফ পাটনাৰ পোৱা।

emotional assamese shayari

56. বহু ছোৱালীৰ নিজস্ব সপোন থাকে যে তাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজৰ
লগতে মাক দেউতাকৰ আধৰুৱা সপোন বোৰ
পূৰণ কৰাৰ। 

57. তুমি যিমানেই চুটি চুটি কপোৰ নিপিন্ধা কিয়

ভালটো চাদৰ মেখেলা পিন্ধা কেইজনীক হে লাগে।

58. সেইজনক আপোন কৰি লোৱা, যিয়ে সমাজৰ আগত তোমাক গ্ৰহণ কৰিবলৈ লাজ নকৰে।


59. ছোৱালী বোৰে জীৱনত বহুত উপহাৰ পায়

কিন্তু কোনো ʼৰাই দিয়া সন্মান ছোৱালীৰ
আটাইতকৈ ডাঙৰ উপহাৰ।

60. জীৱনলৈ বেয়া দিন আৰু বেয়া বন্ধু অহাটো খুবেই প্ৰয়োজন, নহ'লেনো মুখা পিন্ধা ভদ্ৰ স্বাৰ্থপৰবোৰক কেনেকৈ চিনি পাবা !

emotional assamese sad quotes

61. এজনী বিশ্বাসী ʼলা ছোৱালী, হাজাৰ হাজাৰ জনী ধুনীয়া ছোৱালীতকৈ বহুগুণে ভাল।

62. যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ দেউতাকৰ কষ্ট বুজি পায়, সেইজনী ছোৱালীয়ে 'ৰাৰ জীৱনৰ লগত কেতিয়াওঁ নেখেলে। 


63. এজনী ছোৱালী নিজৰ ভৰিৰ ওপৰত থিয়

হোৱাটো খুবেই জৰুৰী। টকাৰ বাবে নহয়, তাইৰ
নিজৰ আত্মসন্মানৰ বাবে।

64. সচাঁই আচৰিত এই পৃথিৱী ;

"কাৰোবাক নিজৰ বিফলতাৰ কাহিনী শুনাবলৈও

সফল হোৱাৰ প্ৰয়োজন "

65. প্ৰিয় মানুহজনক/মানুহগৰকীক কাষত

পোৱাটো সকলোৰে ভাগ্যত নাথাকে... যিয়ে পাই তেওঁ সচাঁকৈ ভাগ্যবান হয়।

alone assamese heart broken status

66. সেইজনক ভালপোৱা যিয়ে তোমাক হেৰুৱাব
ভয় কৰে, তোমাৰ মনটোক বুজি উঠে, তোমাক গুৰুত্ব দিয়ে।

67. প্ৰতিজনী ছোৱালীয়ে KTM DSLR

নিবিচাৰে, কিছুমানে দেউতাকৰ দৰে সৎ পথে উপাৰ্জন কৰা চাইকেল খনেটো সুখী হোৱাৰ সপোন দেখে।

68. প্ৰিয়জনৰ পৰা বিচাৰি বিচাৰি সময় নলʼবা

ভালপোৱা যদি সচাঁ হয়, হাজাৰ ব্যস্ততাৰ মাজতো সময় দিয়াৰ চেষ্টা কৰিব।

69. সেইজনী ছোৱালী টকাৰ প্ৰেমত কেতিয়াও নপৰে, যিজনী ছোৱালীয়ে মাক দেউতাকৰ অভাৱ দেখি তাই নিজৰ সৰু সৰু আমেজবোৰ ত্যাগ কৰে।


70. তোমাৰ কাষত অন্য কাৰোবাক দেখিলে

খং কৰাটো মোৰ তেওঁৰ প্ৰতি হিংসা নহয়,
এয়া তোমাক হেৰুৱাৰ ভয় হে মাথোঁ। 

71. সিদিনা উৰে নিশা সাৰে থকা কলিজাটোক সুধিছিলো; "মোৰ পৰী জনী ' ?" কলিজাটোৱে উচুপি উচুপি 'লে... " উদাসী বনলৈ আৰু

কেতিয়াও হৰিণী নাহে

72. পৰাধীনতাৰ ৰঙীণ ছাতিটোৰ মূল্যতকৈ স্বাধীন ৰং বিহীন ভঙা জাপিটোৰ মূল্য বহুত বেছি


73. 5 বছৰ Relationship' থকাটো Main নহয়

দিনটোৰ 5 মিনিট প্ৰিয়জনৰ খবৰ ৰখাটোহে Main.

74. পৃথিৱীত সকলো সলনি ' পাৰে, কিন্তু মাʼ

মৰম কেতিয়াও সলনি নহয়, মোৰ মা মোৰ বাবে পৃথিৱী 

75. এটা 'ৰা আৰ্থিক ভাবে টনকিয়াল হোৱাটো

খুবেই দৰকাৰ কাৰণ 'ৰাক টকা চাই সন্মান দিয়ে চৰিত্ৰ চাই নহয়।

romantic assamese status & Image

76. প্ৰিয়জনক বহুত বিশ্বাস কৰিলেও তেওঁ ওপৰত অলপ সন্দেহ থাকিবই। কাৰণ প্ৰিয়জন বেলেগৰ হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰি।

77. দেউতাকৰ টকাৰে বাইক কিনি Girlfriend লৈ ফুৰাজন কেতিয়াও Hero নহয় নিজৰ উপাৰ্জনৰ টকাৰে বাইক কিনি দেউতাকক লৈ ফুৰাজনেই প্ৰকৃত Hero 


78. শৰীৰ স্পৰ্শ কৰি সম্পৰ্ক ৰখাটোক প্ৰেম নকয়.. মৰম আৰু বিশ্বাসৰ যোগদি অন্তৰত স্থান ' পৰাটোহে প্ৰকৃত প্ৰেম। 


79. অলপ দেৰিকৈ 'লেও এটা সময়ত প্ৰত্যেকজন মানুহৰ জীৱনত এনেকুৱা এজন ব্যক্তিৰ আগমন হয়, যিয়ে খেলি মেলি হৈ থকা জীৱনটোক ভাল দিশলৈ লৈ আনে।


80. এফালে অভাৱ অনাটনেৰে ভৰা ঘৰ আনফালে বিশাল সপোন এয়াই মধ্যবিত্ত সপোনৰ নাচোন।


81. সকলো মানুহৰে জীৱনত কম বেছি পৰিমাণে

'লেও দুখ থাকেই, কিছুমানে ষ্টেটাছত প্ৰকাশ কৰে আৰু কিছুমানে হাঁহিৰে ঢাকি ৰাখে।

82. দুখবোৰ খুলি ' পৰা বিশ্বাসী কোনো নাই বাবেই, আজি ডিপ্ৰেছন বোৰ বাঢ়ি যাব ধৰিছে।


83. প্ৰিয়জন জীৱনলৈ দেৰিকৈ আহক

কোনো কথা নাই কিন্তু সঠিক এজন অহাটো বিচাৰোঁ।

84. আমাৰ কাহিনী ইমানেই আছিল 

তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলো !

85. ভীৰু আৰু দূৰ্বল মনৰ ব্যক্তিয়ে দৈহিক মৃত্যুৰ পূৰ্বেও অনেকবাৰ মৃত্যু বৰণ কৰে। সঁচা অন্তুৰৰ ব্যক্তিৰ কথা আৰু কামত সদায়ে আত্মবিশ্বাসৰ সুৰ ফুটি উঠে।

অসমীয়া ডাইলগ, জীৱনৰ আৱেগিক status

86. সচাঁ ভাল পাইছিলো বাবে আজিও অকলে আছো, ভাল নোপোৱা হলে মইয়ো কিজানি বেলেগৰ লগত Love anniversary পাতি থাকিলো হয় আজি 

87. কাৰোবাৰ অতীত চাই তেওঁৰ বৰ্তমানৰ চৰিত্র বিচাৰ নকৰিব।


88. জীৱন নামৰ নাটকখনত কোনো স্থায়ী নহয় -না কাহিনী, না চৰিত্ৰ, না সংলাপ, না পৰিবেশ, না সংগীত এটাই মাত্ৰ সত্য যে এখন নাটক 


89. আনৰ চৰিত্ৰ খুচৰাৰ আগত নিজৰ চৰিত্ৰ 10 বাৰ খুচৰি চাবা, কাৰণ ভাল মানুহে কেতিয়াও আনৰ চৰিত্ৰ নোখোঁচৰে 


90. আগৰ দিনৰ মানুহ বোৰ বেছি  শিক্ষিত নাচিল সচাঁ কিন্তু তেওঁলোকে কেতিয়াও নিজৰ মাক দেউতাকক বৃদ্ধ আশ্ৰমত থোৱা নাচিল।


91. সৰু সৰু সুখবোৰ বুকুত লৈ ফুৰো  
সৰু সৰু কথাতে ছিৰিয়াছ হওঁ কি কৰিম ? আমি বোৰ যে সৰু মানুহ, আত্মসন্মানৰ দামবোৰ বৰ বেছি আমাৰ 

92. হহোঁৱাই থকা এজন দৰকাৰ, কন্দুৱাই তো জীৱনটোৱেও আছে 


93. দেখিবলৈ ধুনীয়া হোৱাত কৈ Strong হোৱাটো বেছি প্ৰয়োজনীয় 


94. এজন মানুহে আন এজন মানুহক কৰা শ্ৰদ্ধা আৰু নাৰীক কৰা সন্মানৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ পাৰিবাৰিক শিক্ষা বহুত বেছিয়ে ভাল।


95. তুমি 'দি আগবাঢ়ি যাৱ বিচৰা , পৃথিৱীত কোনো শক্তি নাই , যিয়ে তোমাক বাধা দি ৰাখিব পাৰিব

অসমীয়া প্ৰেমৰ বাণী, প্ৰকৃতিৰ status

96. পৰিশ্ৰম কৰিব লাগিব, কষ্ট কৰিব লাগিব 
তেহে জীৱনটো সুন্দৰ ' 

97. মোৰ শূণ্যতাই তোমাক এদিন নিঃশব্দে কন্দোৱাব 


98. প্ৰিয় মানুহটোৰ প্ৰিয় হৈ থকাৰ ভাগ্য সকলোৰে নাথাকে, মোৰো নাছিলে 

99. আশা কেবল ভগৱানৰ ওচৰত ৰাখিব লাগে, 
মানুহৰ ওপৰত ৰখাটো নিৰ্ভেজাল মূৰ্খামি !

100. ভাগ্যত যিজন নাথাকে সেইজনেই হৃদয়ত খোপনি পাতে 

 

101. স্বার্থ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে  
তুমি সকলোৰে প্রিয় হয় থাকিবা...

102. ব্লক নহয় অৱজ্ঞা কৰিবলৈ শিকা ,

কাৰণ ব্লক কৰিলে তেওঁ তোমাৰ উন্নতি কেনেকৈ দেখিব 

103. মোৰ শূণ্যতাই তোমাক এদিন নিঃশব্দে কন্দোৱাব 


104. আজি মোক শাসন কৰা কাৰোবাৰ  অভাৱ  বাবে বেয়া হৈ গৈ আছোঁ 


105. কান্দিলে সকলো বস্তু বিছাৰি পোৱা নাযায়,

কিছুমান বস্তু হাহিঁৰ সৈতে এৰি দিব লাগে...

Assamese Love Quotes for gf

106. বিশ্বাস ৰক্ষা কৰিবলৈ শিকা, কাৰন এবাৰ বিশ্বাস ভাঙিলে সত্যও মিছা যেন লাগে ..

107. পাৰিলে তেওঁক ভাল পাবা  
যাক তুমি সদায় আইনাত দেখা..

108. মানুহৰ সমস্যা আত্মকেন্দ্ৰিক, কাকো বুজি পোৱাৰ ক্ষমতা কাৰো নাই ..


109. যেতিয়া তুমি কোনো কাৰণ নোহোৱাকৈ সুখী অনুভৱ কৰা,
বিশ্বাস কৰা যে কোনোবাই তোমাৰ কাৰণে প্রার্থনা কৰিছে...

110. এনেও স্বাৰ্থ শেষ হলে আৰু প্ৰয়োজন নোহোৱা হয় যায়।


111. মানুহে সদায় হাঁহি থাকিবলৈ শিকিব লাগে,

কান্দিবলৈটো জীৱনে জন্মৰ লগে লগেই শিকাই দিয়ে 

112. নাপাও বুলি জানিও আপোনাক ভাল পাই থকাজনৰ প্রেমহে প্ৰকৃত প্রেম ! 
অন্যধা নিজৰ স্বাৰ্থ আৰু প্ৰয়োজনৰ বাবে ভাল পোৱাজনে একেবাৰে আতঁৰি যায় গৈ 

113. পৰিণতিত যদি বিচ্ছেদদেই হয়  
তেন্তে আৰম্ভনি কিয় ইমান ৰঙীন হয়  ? 

114. পত্নীৰ বাবে বলীয়া হোৱাটৌ কাপুৰুষালী নহয়, শ্ৰেষ্ঠ স্বামীৰ পৰিচয়, কাৰণ... পিতৃ মাতৃৰ পিছত কেৱল পত্নীয়েহে সুখ দুখৰ সমভাগী হয় 


115. এটা ভাল দিন পাবৰ বাবে আপুনি হাজাৰটা বেয়া দিনৰ সৈতে যুঁজ দিব লাগিব 

অসমীয়া caption smile

116. আত্মসন্মান ৰক্ষা কৰাটো  বেছি জৰুৰী!"
নিজকে তললৈ পেলাই আনৰ পচন্দ হোৱাতকৈ !

117. মই কেতিয়াও কাকো অভিশাপ দি পোৱা নাই  
মাত্ৰ এইটো ভাবি জীয়াই আছো যে ভগৱানে সকলো দেখে 

118. তুমি যিদৰে জীয়াই আছা সেয়া বহুতৰে সপোন  
সেয়ে হতাহ নহবা, কৃতজ্ঞতা হোৱা 

119. তুমি কাৰোবাক নাপালে মৰি যাবা সেইটো ' আৱেগ। তোমাক জন্ম দিব গৈ এজনী মাতৃয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে এইটো বাস্তৱতা 


220. সেইবোৰ মানুহৰ বাবে আত্ম-সন্মান বিসৰ্জন নিদিবা, যিসকলে তোমাৰ আৱেগ আৰু অনুভূতিক গুৰুত্ব নিদিয়ে। 


221. আটাইতকৈ বেছি কষ্টৰ কথাবোৰ কাকো কোৱা নাযায়। মানুহে যিবোৰ কৈ থাকে সেইবোৰ আচলতে তাৰ সত্যিকাৰৰ কষ্ট নহয়।


222. যিজনে বিচ্ছেদৰ পিছতো প্রাক্তনৰ প্ৰশংসা কৰে সেইজনৰ প্ৰেমত ভালপোৱাৰ অভাৱ নাছিল।


223. কষ্ট বিক্ৰী কৰিব পাৰিলে অন্ততঃ পক্ষত দুখীয়া আৰু মধ্যবিত্ত সকলে ধনী ' পাৰিলেহেঁতেন। 


224. আত্মহত্যা কেতিয়াওঁ সমাধান নহয়। অথচ মানুহে সমাধান বিচাৰি নাপাই আত্মহত্যা কৰে।



225. প্ৰতিষ্ঠিত হোৱাৰ পিছত মানুহে যিটো ব্যৱহাৰ কৰে সেইটোৱেই তাৰ প্ৰকৃত ব্যৱহাৰ।


226. Ignore কৰিব পৰা শিকিলে জীৱনৰ প্ৰায় আধা সমস্যাৰ সমাধান 'লেহেঁতেন। 


227. যেতিয়া তুমি বাস্তৱতা শিকিবা, তেতিয়া তুমি অনুভূতিতকৈ আত্ম-সন্মানক গুৰুত্ব বেছি দিবা।


228. Depression থাকিলে মানুহে নিজৰ আটাইতকৈ পছন্দনীয় কামটো কৰিবলৈয়ো পাহৰি যায়। 


229. মই নিজে হাতে নষ্ট কৰা বস্তুসমূহৰ মাজত এটা বস্তু ' মই নিজেই। 


330. প্ৰয়োজন আৰু বাস্তৱতা এই দুটি শব্দৰ মাজতে আমাৰ জীৱন সীমাৱদ্ধ। 

love quotes in assamese

331. কেতিয়াবা কেতিয়াবা জীৱনত সঠিক মানুহ অহাৰ বাবে ভুল মানুহ এৰি যোৱাটো প্ৰয়োজন।

332. নিজৰ ইচ্ছামতে চলিব খুজিলে আপুনি হয়তো নিৰুদ্দেশ ' লাগিব নতুবা স্বাৰ্থপৰ ' লাগিব।


333. ভালপোৱা আৰু মৃত্যু দুয়োটাই নিমন্ত্ৰণহীন অতিথি। এজনে আহি মন লৈ যায় আনজনে লৈ যায় জীৱন। 


334. অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব।


335. মানুহৰ সমস্যা সমূহ আত্ম-কেন্দ্ৰিক। এজন মানুহে আন এজন মানুহৰ সমস্যা বুজাৰ ক্ষমতা নাৰাখে। 


336. এজন পুৰুষৰ ডাঙৰ ভুল ' যে প্ৰতিষ্ঠিত নোহোৱাকৈ বেলেগক লৈ সপোন দেখা। 


337. পৰিপূৰ্ণ সুখ বুলি একো নাই। আচলতে, জীৱন মানেই ' সুখ-দুখৰ মিশ্ৰণ।


338. মানুহে তীব্ৰ ইচ্ছা-আকাংক্ষা লৈ যিটো বিচাৰে এটা সময়ত সেইটো হেৰুৱাই নিঃস্ব হৈ যায়। 


339. মানুহে গোটেই দিন মনে মিলা মানুহ বিচাৰি ফুৰে। কিন্তু, দিনৰ শেষত ৰূপ আৰু অৰ্থৰ হে প্ৰেমত পৰে। 


340. সঠিক পৰিকল্পনা আৰু অক্লান্ত পৰিশ্ৰমে তোমাক তোমাৰ সপোন পূৰণ কৰাত সহায়ক 'ব।


341. সন্তানে গোৰ মৰাৰ অভ্যাস জন্মৰ আগৰ পৰাই। পাৰ্থক্য ' গৰ্ভত থাকোঁতে মাৰিলে মায়ে আনন্দ পায় আৰু ভূমিষ্ঠ হৈ মাৰিলে মায়ে কষ্ট পায়। 


342. সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় একপক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। 

343. মানুহক দায়িত্ববোধ শিকাই দিব নালাগে। পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে।


344. উচ্চশিক্ষিত মানুহ হোৱাতকৈ উচ্চ মানসিকতাৰ মানুহ হোৱাটো বেছি জৰুৰী।


345. পৃথিৱীৰ আটাইতকৈ নিম্নমানৰ অহংকাৰ ' ৰূপ-সৌন্দৰ্য্য আৰু ধন-সম্পত্তিক লৈ কৰা অহংকাৰ।


346. মানুহ প্ৰতিশ্ৰুতি দিয়ে কেৱল মাত্ৰ মুহূৰ্তটো সুন্দৰ কৰাৰ বাবে। ইয়াৰ বাহিৰে বেলেগ কোনো কাৰণ নাই। 


347. কেতিয়াবা কেতিয়াবা নিজৰ আত্ম-সন্মান জীয়াই ৰাখিবলৈ 'লে নিজৰ হৃদপিণ্ডক কষ্ট দিব লাগে। 

348. এই স্বাৰ্থপৰ পৃথিৱীত কোনো সম্পৰ্কই নিঃস্বাৰ্থৰ নহয়। হওঁক সেইটো বন্ধুত্ব নতুবা ভালপোৱা।


349. অযথা আনৰ লগত নিজৰ দুখঃৰ আলোচনা নকৰিবা। সন্মুখত ছিমপেথি দেখাব আৰু পিছত আনন্দ 'ব।


350. পৃথিৱীৰ আটাইতকৈ নিষ্ঠুৰ তৃষ্ণা ' কাৰোবাৰ লগত অলপ কথা পতাৰ ইচ্ছা।

Sad love status

351. কিছুমান পৰিস্থিতিয়ে মানুহৰ জীয়াই থকাৰ প্ৰবল ইচ্ছাটোও ভাঙি দিয়ে।

352. আনৰ সু কৰ্মৰ প্ৰশংসা যিজনে নকৰে সেইজন নি:সন্দেহে অহংকাৰী।


353. জীৱনৰ প্ৰকৃত সোৱাদ একাকীত্বৰ মাজতে পোৱা যায়। যদি সেইটো উপভোগ কৰাৰ ধৈৰ্য্য থাকে।


354. অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে।


355. আচলতে আৱেগ লুকাই ৰাখিব লাগে। অতি আৱেগে মানুহক আগবাঢ়িব নিদিয়ে।


356. যদি আপুনি কাঁইট বিহীন কোনো পথ বিচাৰি পায় তেন্তে বুজিব যে সেইটো কোনো অন্ধ মানুহৰ পথ। তাত কোনো সাফল্য লুকায়িত নাই।


357. কোনেও কাৰোবাৰ বাবে যোগ্য নহয়। যোগ্যতা বিবেচনা কৰি ' লাগে।


358. গাৰ বৰণে সৌন্দৰ্য্য বুজায়  
আচৰণে বুজায় ব্যক্তিত্ব।

359. সৌন্দৰ্য আৰু টকা-পইচাৰ মাজত বৰ্তমান সমাজে মানুহৰ যোগ্যতা বিচাৰি ফুৰে।


360. গাৰ বৰণ, উচ্চতা, আৰু টকা-পইচাৰ কথা কৈ কাৰোবাক অপমান কৰাটো পৃথিৱীৰ আটাইতকৈ নিকৃষ্ট মানুহৰ কাম।

Niribili Assamese photo

361. দেউতাকৰ পকেট সন্তানৰ বাবে উন্মুক্ত কিন্তু সন্তানৰ পকেট দেউতাকৰ বাবে সংক্ষিপ্ত। তথাপিও দেউতাকে সন্তানৰ ওপৰত সন্তুষ্ট।

362. কোনে কাষত থাকিব আৰু কোনে নাথাকিব সেইটো Promise ওপৰত নিৰ্ভৰ নকৰে। সেইটো নিৰ্ভৰ কৰে বেয়া সময় আৰু পৰিস্থিতিৰ ওপৰত।


363. বাস্তৱতা মানি লোৱা ইমান সহজ নহয়। কিন্তু এবাৰ যদি মানি লোৱা যায় তেন্তে জীৱন সুন্দৰময় হয়।


364. এটা সময়ৰ পিছত আপুনি লক্ষ্য কৰিব যে সময়ৰ ব্যৱধানত আপোনাৰ ওচৰত এজনো বন্ধু নাই।


365. অলসতা এনে এক সুখ, যাৰ পৰিনাম ' দুখঃ।


366. নাৰীৰ বুকুৰ মাংস যিটো প্ৰথমে তোমাৰ চকুত পৰে। সেইটোৱেই তোমাৰ খাদ্য আছিল মায়ে যেতিয়া প্ৰসৱ কৰে।


367. সৰু সৰু কথাতে যদি আপুনি হাৰ্ট হয়। তেন্তে পৃথিৱীখন আপোনাৰ বাবে বহুত কঠিন হৈ পৰিব।


368. চিত্ৰৰ লগতে চৰিত্ৰটোও সুন্দৰ কৰা আৰু ভৱনৰ লগতে ভাৱনা বোৰো ধুনীয়া কৰা।


369. আপুনি আগতে খবৰ লোৱাৰ পিছত যিসকলে আন্তৰিকতা দেখুৱায় কিন্তু আপুনি খবৰ নললে কোনোদিনে খবৰ নলয়, সিহঁতে আপোনাৰ একো নহয়।


370. নিজৰ প্ৰাপ্ত উচ্চ শিক্ষা লৈ অহংকাৰ কৰা বেয়া নহয় কিন্তু, সেই উচ্চ শিক্ষাৰ দ্বাৰা কাৰোবাক অপমান কৰা উচিত নহয়।

Assamese dukhor shayari

371. তুমি আচলতে যিটোক "ভালপোৱা আছিল" বুলি জানা, সেইটো আচলতে  এক প্ৰকাৰৰ "শিক্ষা" আছিল। 

372. এটি বিশ্বস্ত হাত বুলি 'লে  
মই একমাত্ৰ দেউতাকৰ হাতখনকেই বুজোঁ।

373. পলম কৰি 'লেও নিজেই উপাৰ্জন কৰিব শিকা। কিয়নো অৱশেষত মানুহে তোমাৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰিয়েই তোমাক বিচাৰ কৰিব।


374. বিচ্ছেদ হওঁক সেইবোৰ ভালপোৱা, যিবোৰ ভালপোৱাত মানসিক শান্তি পোৱা নাযায়।


375. যাৰ পৰিয়ালত মানসিক শান্তি আছে সেইজনতকৈ সুখী মানুহ দ্বিতীয় আৰু নাই।


376. উপাৰ্জন অলপ হওঁক বা বেছি। নিজে উপাৰ্জন কৰি পৰিয়াল পোহ-পাল দিয়াৰ তৃপ্তি আটাইতকৈ বেছি। 


377. এটা নিৰ্দিষ্ট বয়সৰ পিছত অনুভূতিতকৈ আত্ম-সন্মানক বেছি গুৰুত্ব দিয়া উচিত।


378. আজি-কালি মানুহে ধেমালি কম কৰে। ধেমালিৰ ছলেৰে অপমান বেছি কৰে।


379. দেউতাকৰ শাসন আৰু মাকৰ গালি 

পৃথিৱীৰ শ্ৰেষ্ঠতম উপহাৰ। 

380. আগতে যাক পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ এতিয়া তাক পাহৰি যোৱাৰ বাবে প্ৰাৰ্থনা কৰোঁ।

love status images assamese


381. যিটো লিখা-পঢ়া আজি তোমাৰ ওচৰত বোজা মনত হৈ আছে সেইটো লিখা-পঢ়াই এদিন তোমাৰ আৰামদায়ক জীৱনৰ কাৰণ 'ব।


382. ধনৱানৰ তালিকাত নহয় কাৰোবাৰ প্ৰাৰ্থনাৰ তালিকাত থাকা। কাৰণ, ' অৰ্থই কাম নকৰে তাত প্ৰাৰ্থনাই কাম কৰে।


383. পৃথিৱীত মানুহতকৈ সুন্দৰ আৰু মানুহতকৈ ভয়ংকৰ বেলেগ একো নাই।


384. অবৈধ সম্পৰ্ক বুলি একো নাই। যিটো সম্পৰ্কত ভালপোৱা নাই সেইটো সম্পৰ্কই অবৈধ। ভালপোৱা হীন কোনো সম্পৰ্কই বৈধ নহয়।


385. প্ৰেমিক হিচাপে ব্যৰ্থ হোৱা 'ৰাজনেও এদিন সন্তানৰ আদৰ্শৱান দেউতা হয়।


386. সম্পৰ্কৰ বয়স বঢ়াৰ লগে-লগে ইগনোৰৰ পৰিমাণ বাঢ়ে। প্ৰিয়জন পুৰণি লাগে, ভালপোৱা কমি থাকে, ব্যস্ততা বাঢ়ি থাকে।


387. কিছুমান পুৰুষে নাৰীৰ শৰীৰ দেখি ভালপায় আৰু কিছুমান নাৰীয়ে শৰীৰ দেখাই পুৰুষৰ পৰা ভালপোৱাৰ আশা কৰে।


388. এই পৃথিৱীত যদি তোমাৰ উন্নতি দেখি কোনোবাই সুখী হয় তেন্তে সেই সকল ' তোমাৰ মা-দেউতা। আন কোনোবাই নহয়।


389. কোনোবাই দোষ বিচাৰি থাকে সংশোধন কৰি দিয়াৰ বাবে আৰু কোনোবাই দোষ বিচাৰে অপমান কৰাৰ বাবে।


390. যদি জীৱনৰ কিছুমান ভুল শুধৰণি কৰিব পাৰিলোঁহেঁতেন তেন্তে আজি জীৱন সুন্দৰ 'লেহেঁতেন।


391. যিজন 'ৰাই নাৰীক সন্মান কৰিব জানে তেওঁ নিশ্চয় কোনো সন্মানিত মাকৰ সন্তান।


392. যদি আপোনাক দেখি কোনোবাই হিংসা কৰে তেন্তে কৰিব দিয়ক। আপোনাৰ মাজত গুণ আছে বাবেই হিংসা কৰে।


393. দেউতাকক অনুসৰণ কৰি যিমানখিনি শিকিব পাৰোঁ এটা লাইব্ৰেৰীৰ কিতাপ পঢ়িও সিমানখিনি শিকিব নোৱাৰোঁ।


394. কোনোবাই প্ৰিয়জনক হেৰুৱাই একাকীত্ব অনুভৱ কৰে, কোনোবাই আকৌ প্ৰিয়জনক লৈ আনন্দ উপভোগ কৰে।


395. পৃথিৱীত কোনো মানুহেই সম্পূৰ্ণ ৰূপে Perfect নহয়। এই কথাষাৰ মানি ললেই সম্পৰ্কবোৰ বহুত সহজতেই হৈ যায়।


396. দিনৰ শেষত এজন পুৰুষে ঘৰত আহে অলপ শান্তিৰ আশাত। এজনী স্ত্ৰীয়ে ইচ্ছা কৰিলে সুখ দিব পাৰে দুখ দিব পাৰে।


397. জ্ঞানী ব্যক্তিয়ে আগত চিন্তা কৰে পিছত কথা কয় আৰু অজ্ঞানী ব্যক্তিয়ে আগত কথা কয় পিছত চিন্তা কৰে।


398. মানুহৰ চাহিদাৰ শেষ নাই সেইবাবে মানুহে সন্তুষ্ট থাকিব নোৱাৰে।


399. বাস্তৱতা কেতিয়াওঁ সুন্দৰ গল্পৰ দৰে নহয় আৰু সুন্দৰ গল্প কেতিয়াওঁ বাস্তৱতাৰ দৰে নহয়।


400. যিমান সময় জিকি থাকিবা সিমান সময় হাত-চাপৰিৰ অভাৱ নহ'ব। কিন্তু যদি হাৰি যোৱা তেতিয়া ধৰাৰ বাবে এটা হাত পোৱাটোও দুষ্কৰ। 

Niribili Assamese quotes

401. সময়বোৰ এনেই অপব্যৱহাৰ নকৰিবা ইয়াক সৎ কামত নিয়োজিত কৰা চাবা এদিন সুখৰ দিন আপোনাৰো আহিব

402. ভাল পোৱাতকৈ ভাল লাগি থকাই ভাল হেৰুৱাব ভয় নাথাকে


403. পৰিস্থিতি যেনেকুৱাই নহওঁক কিয়,সঁচা ভালপোৱাজনে কেতিয়াওঁ এৰি থৈ নাযায় 

কাৰণ, এৰি যোৱা জনৰ বাবে সাধাৰণ এটা কাৰণেই যথেষ্ট 

404. কিছুমান মধুৰ সম্পৰ্কৰ ভূলৰ বাবেই ভাঙি যায়  
এজনৰ খং, অভিমান আৰু মৰমবোৰ এজনে যেতিয়া বোজা বুলি ভাবি লয় 

405. এজনে যদি সম্পৰ্কটো ৰাখিব বিচাৰে আনজনে যদি সম্পৰ্কটো ৰাখিব নিবিছাৰে তেন্তে সেই সম্পৰ্কটো শেষ কৰি দিয়াই উচিত 


406. ভূলটো আমি তেতিয়াই কৰো   
যি আমাক গুৰুত্ব নিদিয়ে বুলি জানিও বাৰে বাৰে তেওঁ ওচৰত গুৰুত্ব বিচাৰি গৈ 

407. জীৱনত যিমান ডাঙৰ বিপদ আহিলেও তোক এৰি নাযাওঁ বুলি কোৱা জনকহে প্ৰিয়জন হিচাপে বিচাৰো 


408. সচাঁ অন্তৰেই যদি তেওঁক ভাল পোৱা তেন্তে সম্পৰ্কটোৰ পৰা জেদবোৰ আতঁৰাই  মৰমেৰে আগুৱাই যোৱা 


409. প্ৰেম কি আচৰিত   
তুমি যাক লৈ বেছি সপোন দেখা তেওঁ আন কৰোবাৰ ' বিচাৰে 

410. নিজৰ সপোনবোৰ পূৰাবলৈ সুবিধা পালেও কিছুমান মানুহে আমাক যেনেকৈ নহওঁক বাধা দি ৰখাই দিয়ে  
সেই তেতিয়াই সপোনবোৰ মৰহি যায় আৰু দ্বিতীয় বাৰ সপোন দেখিবলৈ মন নাযায়

411. প্ৰেম এক স্বৰ্গীয় অনুভূতি, ইয়াৰ আকাৰ নাই, আকৃতি নাই, ৰং নাই, ইয়াৰ নাই কোনো ধৰ্ম। ত্যাগৰ নামেই হল প্ৰেম। 


412. 'ৰা বোৰে  সেই দিনাৰ পৰাই সপোনবোৰ সীমিত আকাৰত দেখিবলৈ ধৰে, যি দিনা ঘৰ খনৰ দায়িত্বভাৰ নিজৰ ওপৰত আহি পৰে 

Niribili assamese status Download

413. কাৰোবাক ভাল পালে ইমান খিনি পোৱা ,যাতে সামান্য কষ্ট অনুভৱ কৰিলেও আগতে তোমাৰ কথা মনত পেলায় 

414. যদিও বা কওঁ অকলশৰে থাকিয়েই ভাল লাগে
 তথাপিও কোনোবাখিনি সময়ত
প্ৰিয়জনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ৷

415. আচলতে মনৰ ভিতৰত তোমাক কবলৈ বহু কথাই আছে কিন্তু, শব্দৰ অভাৱত বহু কথাই ৰৈ যায় কবলৈ। 


416. জীবনটো দুদিনীয়া 
সেইবাবে কাৰোবাৰ ওপৰত খং নকৰিবা, জীয়াই থকা দুটা দিন হাঁহি থাকিবলৈ চেষ্টা কৰা 

417. জীৱনত খালি পেটে আৰু খালী জেপ যিখিনি শিক্ষা দিয়ে 
সেয়া কোনো বিশ্ববিদ্যালয় বা শিক্ষকে শিকাব নোৱাৰে 

418. মৰম-ভালপোৱা দিয়া হয়, জুখিব পৰা বস্তু বা প্ৰমাণ কৰিব লগা কোনো গণিত নহয় 


419. অৰ্থহীন প্রেমক লৈ জীয়াই থকাতকৈ,

সপোনৰ জগতত জীয়াই থকাই ভাল

420. খোলা চকুৰে দেখা সপোনবোৰক  গুৰুত্ব দিয়া , বন্ধ চকুৰে ৰাতি দেখা সপোনবোৰক নহয়



421. হাঁহি ধুনীয়া হয় হাঁহিব জানিলে  
কথা ধুনীয়া হয় কব জানিলে  সম্পৰ্ক ধুনীয়া হয়, বিশ্বাস আৰু বুজা পৰা থাকিলে  সকলো ধুনীয়া হয় এটা ভাল মন থাকিলে

422. কাৰোবাৰ ওচৰত হাৰি যোৱাৰ বাবে জন্ম লোৱা নাই, হয় জিকিম, নহলে শিকিম !

Assamese QuotesLove

423. কাৰোবাক মৰমৰ দিয়াটো আটাইতকৈ ডাঙৰ উপহাৰ আৰু বেলেগৰ পৰা পোৱা মৰমৰ বোৰ আটাইতকৈ ডাঙৰ সন্মান

424. আতৰি যোৱা জন কেতিয়াও আপোন নাছিল, আপোন হলে কেতিয়াও আতৰি নগলে হয় 


425. মানুহৰ শৰীৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়, গতিকে,হৃদয়খনেই যদি চাফা  নহয় তেন্তে মানুহৰ জিলিকি থকা ধুনীয়া চেহেৰাটোও একো কামৰ নহয়। 


426. অসহায় কি সেইজনক সুধা যিজনৰ চিনাকি বহুত আছে কিন্তু মনৰ কথা কবলৈ কাষত কোনো নাই


427. ছোৱালী এজনীৰ কান্ধত হাত খন থওঁতে তাই যাতে ভয়ৰ  সলনি সেই হাত খনত সুৰক্ষাৰ পথ পাই তেনেকৈ থোৱা


428. ছোৱালীৰ জীবনটো কি আছৰিত 

নিজৰ ঘৰখন এৰি আনৰ ঘৰ এখনলৈ যাব লাগিব, আমি চোন দুদিন কৰবাত থাকিলেই মাথা গৰম হৈ যায় 

429. আপোনাৰ পৰিয়ালটো কিমান ধনী সেইটো ডাঙৰ কথা নহয়, আপোনাৰ  পৰিয়ালটো কিমান সুখী সেইটোহে ডাঙৰ কথা


430. দেউতা নামৰ গছজোপাৰ ছাঁ যাৰ ওপৰত নাই

তেওঁ বুজে ৰদৰ তাপ কিমান প্ৰহৰ হয় 

431. সৰু হৈ থাকোতে সন্ধিয়া নামিছিল তাৰ পিছত ৰাতি হৈছিল, এতিয়া কেৱল ৰাতিপুৱা হোৱাৰ পিছতে ৰাতি হৈ যায়

432. জীৱনৰ আটাইতকৈ কঠিন কাম হৈছে নিজক সংশোধন কৰা, আৰু আটাইতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা।


433. জীৱনটোসদায় OTP দৰে গঢ়িবলৈ চেষ্টা কৰক, যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে।


434. প্ৰেমতকৈ যুদ্ধত অৱৰ্তীণ হোৱাই ভাল, কাৰণ যুদ্ধত হয় মৰিম নহলে বাচিম কিন্তু প্ৰেমত মৰিবও নোৱাৰিম, বাচিবও নোৱাৰিম


435. পাছঁ টকীয়া নোটৰ দৰে হৈ গৈছে জীৱনটো, চলে কিন্তু ফটা অৱস্থাত


436. ব্যক্তি এজনে জীৱনত দুটা বস্তুৰ লগতে হাৰি যায়, এটা হল সময় আৰু আনটো হল প্ৰেম, সময় কেতিয়াওঁ কাৰো নহয়, আৰু প্ৰেম কেতিয়াওঁ সকলোৰে নহয়।


437. যেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ বাবে আনক জগৰীয়া বুলি ভাবি থাকিব, তেতিয়ালৈকে আপুনি নিজৰ সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ ৰাস্তা বিচাৰি নাপাব।


438. সফলতাই আমাক জগতখনৰ লগত পৰিচয় কৰাই দিয়ে, আৰু অসফলতাই জগতখনক আমাৰ লগত পৰিচয় কৰাই দিয়ে।


439. ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় কোনো আপোন নহয়, আৰু মনত ভাবি ললে কোনো পৰ নহয়।


440. যেতিয়ালেকে আমি অলপ অলপ বুজিব ধৰো যে, জীৱনটো কি ? তেতিয়ালৈকে আমাৰ জীৱনৰ আধা পাৰ হৈ যায়।


441. পিতৃ-মাতৃৰ হৃদয় জিনিলে তুমি জীৱনত সফল হবা, নহলে গোটেই জীৱন যুঁজত তুমি জয়ী হৈও হাৰি যাবা।


442. জীৱনটো আচলতে, এখন চাইকেল চলাই থকাৰ নিচিনা, ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেদেল মাৰি থাকিবই লাগিব।


443. দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে,

জীৱনে নহয়।

444. সম্বন্ধ যিমানেই বেয়া নহওঁক কিয় ইয়াক একেবাৰে চিঙি পেলাব নালাগে, কিয়নো..

অপৰিস্কাৰ পানী খোৱাৰ উপযোগী নহলেওঁ জুই নুমুৱাৰ বাবে উপযোগী হয়

Assamese Quotes About Life

445. কাৰোবাক ভালপোৱা মানে বিবাহ নহয়, ভালপোৱা মানে এজনে আনজনৰ প্ৰতি থকা মৰম আৰু বিশ্বাস

446. এটাৰ লগত আনটো খোপ্ জোৰা লগাই গলে শিকলি তৈয়াৰ হৈ যায়, কৰ্ম আৰু পৰিশ্রমক জোৰা লগাই গলে ভাগ্য তৈয়াৰ হৈ যায়


447. খঙৰ ধুমুহাৰ কোব এনে ধৰণৰ হয়, যি বুদ্ধিৰ চাকিগচি নুমাই পেলায়।


448. জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে


449. শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম


450. যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত

451. জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন


452. কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে


453. প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা ত্যাগৰ অবিহনে সম্ভৱ নহয়


454. প্ৰকৃত ভালপোৱাত আৱেগ আৰু বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয়


455. পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী


456. জীৱনত পাৰিলে পানীৰ দৰে 'বলৈ চেষ্টা কৰা, নিজৰ ৰাস্তা নিজেই তৈয়াৰ কৰি ' পাৰিবা।


457. তােমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলাে সমস্যাৰ লগত এটা সুযােগ লই আহে।


458. সফলতা পাবলৈ 'লে ভাল বন্ধু প্রয়োজন, তাতকৈ বেছি সফলতা পাবলৈ 'লে ভাল শত্ৰু প্রয়ােজন।


459. আমাৰ সকলােতকৈ ডাঙৰ দূর্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হােৱাৰ সকলােতকৈ সহজ উপাই হৈছে আকৌ এবাৰ চেষ্টা কৰা।


460. জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় ' পাৰিম।


461. অপেক্ষা কৰা সকলে সেইটো পাই, যিটো চেষ্টা

কৰা সকলে এৰি থয় যায়।

462. ভগৱানৰ ভৰসাত ৰৈ নাথাকিবা, হয়তাে ভগৱান আপােনাৰ ভৰসাত ৰৈ আছে।


463. মানুহে কয় পইচা থাকিলেহে কিবা এটা কৰিম। আৰু পইচাই কয় কিবা এটা কৰিলেহ মই তােমাৰ ওচৰলৈ আহিম।

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form