২৯ টা গাওঁবুঢ়াৰ পদ মুকলি, অৰ্হতা - দশম শ্ৰেণী | Gaon Burha Job in Assam, Sonitpur

 ২৯ টা গাওঁবুঢ়াৰ পদ মুকলি, অৰ্হতা - দশম শ্ৰেণী | Gaon Burha Job in Assam, Sonitpur



অসম চৰকাৰৰ অধিসূচনা নং RLR 187/2007/39 আৰু RLR 187/2007/Part/24 অনুযায়ী Sonitpur জিলাৰ অন্তৰ্গত ১) ঢেকীয়াজুলি, ২) তেজপুৰ, ৩) ঠেলামৰা, ৪) চাৰিদুৱাৰ, ৫) নদুৱাৰ ৰাজহ চক্ৰৰ অধিনত মুঠ ২৯ টা গাওঁবুঢ়াৰ খালি পদ আছে। ইৰ্চ্ছুক প্ৰাৰ্থীয়ে কত, কেনেকৈ অাবেদন কৰিব লাগিব ইয়াৰ বিষয়ত তলত সহজভাবে আলোচনা কৰা হৈছে। ইৰ্চ্ছুক প্ৰাৰ্থীসকলে ভালদৰে চাই লব আৰু অধিক তথ্য জানিবলৈ তলত Official Advertisement ৰ লিংক দিয়া আছে তাত গৈ চাব পাৰে।

➤ পদৰ নাম(Name of Post) :- গাওঁবুঢ়া (Gaon Burha)

খালী পদ(Vacancy) :- ২৯ টা খালী পদ আছে,

শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSLC পাছ কৰা হব লাগিব

দৰমহা(Salary) :- দৰমহা ৬ হাজাৰ ৫ শ টকা

বয়স(Age) :- ২৫ ৰ পৰা ৬৫ বছৰৰ ভিতৰত হব লাগিব

আবেদন কৰা প্ৰক্ৰিয়া :- ইচ্ছুক প্ৰাৰ্থীসকলে Online যোগে আবেদন কৰিব পাৰিব। Online Apply লিংক তলত দিয়া আছে।

আবেদন কৰা আৰম্ভনি তাৰিখ :- ১ October ২০২০

আবেদন কৰা অন্তিম তাৰিখ :- ২ November ২০২০

অন্যান্য নথিপত্ৰ(Other Document) :- Online আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হব Official Advertisement টো Download কৰি চাব পাৰিব।


Official Advertisement :- Click Here

Online Apply :- Click Here 
 

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form