৫৯৪ টা পদ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগত মুকলি - Directorate of Health Services (Family Welfare) Govt. Of Assam Recruitment 2020

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বহুকেইটা পদ মুকলি হৈছে। ইয়াৰ বাবে Directorate of Health Services (Family Welfare) Govt. Of Assam য়ে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি Advertisement মুকলি কৰিছে। সৰ্বমুঠ ৫৯৪ টা খালী পদ আছে, এই পদ সমূহত ক'ত, কেনেকৈ আবেদন কৰিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হব আমি আপোনালোকক সকলো সহজ ভাৱে জনাম। আৰু Official Advertisement টো তলত দিয়া লিংকৰ পৰা Download কৰি ভালদৰে পঢ়ি চাবলৈ অনুৰোধ জনালো। ধন্যবাদ

১/
পদৰ নাম(Name of Post) :- Refrigerator Mechanic

খালী পদ(Vacancy) :- ১ খালী পদ আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSSLC পাছ লগতে ITI Diploma/Certificate লাগিব।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৭ হাজাৰ ৬ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

২/
পদৰ নাম(Name of Post) :- ANM (Auxiliary Nursing & Midwives)

খালী পদ(Vacancy) :- ৫৪৫ টা পদ খালী আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- Assam Govt. Institution or Institution Recognized By Indian Nursing Council ৰ পৰা ANM Training পাছ কৰা লাগিব (অধিক জানিবলৈ Official Advertisement টো ভালদৰে চাবলৈ অনুৰোধ জনালো)।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৩/
পদৰ নাম(Name of Post) :- Computor

খালী পদ(Vacancy) :- ১৬ টা খালী আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate থাকিব লাগিব আৰু লগতে যিকোনো Graduate হব লাগিব।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৪/
পদৰ নাম(Name of Post) :- Computor

খালী পদ(Vacancy) :- ৮ টা খালী আছে ।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate থাকিব লাগিব আৰু লগতে Arts, Commerce আৰু Science ৰ যিকোনো Graduate হব লাগিব।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৫/
পদৰ নাম(Name of Post) :- Field Worker / Social Worker

খালী পদ(Vacancy) :- ১১ টা খালী আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSSLC পাছ আৰু ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate থাকিব লাগিব ।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৬/
পদৰ নাম(Name of Post) :- Field & Evaluation Worker

খালী পদ(Vacancy) :- ৩ টা খালী আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSSLC পাছ আৰু ৬ মহীয়া কম্পিউটাৰ Diploma/Certificate থাকিব লাগিব ।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৭/
পদৰ নাম(Name of Post) :- Steno Typist

খালী পদ(Vacancy) :- ৭ টা খালী আছে ।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- Arts, Commerce আৰু Science ৰ যিকোনো Graduate হব লাগিব। Stenography Diploma/Certificate লাগিব।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

৮/
পদৰ নাম(Name of Post) :- Laboratory Technician

খালী পদ(Vacancy) :- ৩ টা খালী আছে।

শিক্ষাগত অৰ্হতা(Educational Qualification) :- HSSLC পাছ আৰু লগতে Laboratory Technician ৰ Diploma/Certificate থাকিব লাগিব ।

দৰমহা(Salary) :- দৰমহা ১৪ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ ৫ শ টকালৈ হব। আৰু লগতে ৬ হাজাৰ ২ শ টকা Grade Pay থাকিব।

বয়স(Age) :- ১৮ ৰ পৰা ৪০ বছৰৰ ভিতৰত হব লাগিব ( SC/ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰ বয়স ৰেহাই দিয়া হব)।

আবেদন কৰা প্ৰক্ৰিয়া :- ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব পাৰিব। অনলাই আবেদন লিংক তলত দিয়া আছে।

আবেদন কৰা আৰম্ভনি তাৰিখ :- ৬ অক্টোবৰ ২০২০ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হব।

আবেদন কৰা অন্তিম তাৰিখ :- ২১ অক্টোবৰ ২০২০ তাৰিখলৈ আবেদন কৰিব পাৰিব।

Official Advertisement :- Click Here

Online Apply :- Click Here

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form