New Year Status Assamese | Assamese status 2023

New Year Status Assamese | Assamese status 2023

 

Image of Happy New Year 2023 Wishes, Happy New Year 2023 Wishes, Image of Happy New year 2023 Pic, Happy New year 2023 Pic, Image of Happy financial Year 2022-23 wishes, Happy financial Year 2022-23 wishes, Image of Happy New Year wishes, Happy New Year wishes, Image of Happy New Year wishes for my love, Happy New Year wishes for my love, Image of New Year quotes, New Year quotes, Image of New Year thank you message, New Year thank you message,

 প্ৰথমতে, আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ আহি থকা দিনবোৰত আপোনাৰ মনৰ সপোনবোৰ পূৰণ হওক, আৰু লগতে এই কৰ'না মহামাৰীৰ দিনত আপোনাৰ সুস্বাস্থ্যৰ কামনা কৰিলোঁ।

নতুন বছৰ শুভেচ্ছা দিয়াৰ লগতে আপোনালোকলৈ বহুতো নতুন বছৰৰ অসমীয়া ষ্টেটাছ যেনে - Assamese new year status, Happy New Year Wishes Assamese, Assamese New Year Status, Happy New Year 2022 images, New Year Status, New Year Wishes 2022, Assamese New Year Wishes, আৰু New Year Images এই আৰ্তিকেৰ জৰিয়তে লৈ আহিছো। আশা কৰিছো আপুনি আপোনাৰ বন্ধু-বান্ধবী, প্ৰেমীক-প্ৰেমিকালৈ অতি সহজে ইয়াৰ পৰা লৈ Wish কৰিব পাৰিব। তলত New Year Wishes Status আৰু Images বোৰ দিয়া আছে……

Happy New Year 2023 Assamese
 
1. নতুন বছৰে কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। তাৰেই কমনাৰে তোমালৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।
 
2. আপোনাৰ জীৱনটো হওঁক সূৰ্যৰ দৰে উজ্জ্বল, পানীৰ দৰে শীতল, মৌ ৰ দৰে মিঠা। আশা কৰো এই নতুন বছৰত  আপোনাৰ সকলো ইচ্ছা পূ্ৰ্ণ হয় যেন, তাৰেই কামনাৰে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।
 
3. বছৰটো সলনি হওঁক, দিনবোৰ সলনি হওঁক। কিন্তু মৰম, চেনেহ, ভালপোৱা আৰু বন্ধুত্ববোৰ যাতে সলনি নহয়, তাৰেই কামনাৰে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জনালো।
 
4. আপোনালৈ আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা যাছিলো।
 
5.আশা কৰো এই  নতুন বছৰটোত তোমাৰ জীৱনত হাঁহি ফুৰ্তিৰে উপচি পৰে যেন তাৰেই কামনাৰে শুভ নৱবৰ্ষ।
 
6. এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক, আনন্দ উলসৰে ভৰা হওক, প্ৰত্যেক দিন সুখ শান্তিৰে ভৰা হওক, তাৰেই কামনাৰে আপোনালোক সকলোকে নতুন বছৰৰ শুভেছা যাছিলো।
 
Image of Happy New Year 2023 Wishes, Happy New Year 2023 Wishes, Image of Happy New year 2023 Pic, Happy New year 2023 Pic, Image of Happy financial Year 2022-23 wishes, Happy financial Year 2022-23 wishes, Image of Happy New Year wishes, Happy New Year wishes, Image of Happy New Year wishes for my love, Happy New Year wishes for my love, Image of New Year quotes, New Year quotes, Image of New Year thank you message, New Year thank you message,

Happy New Year 2022 : New Year Images
 
7. সকলোলে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। নতুন বছৰৰ প্ৰতিটো ক্ষণেই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি, আনন্দ আৰু প্ৰগতি।
 
8.সকলোকে নতুন বছৰৰ সুভকামনা জনালো আৰু আশা কৰিলো যে এই জীৱনত কি বিচাৰে জানি লয় আৰু তাক লক্ষ্য কৰি জীৱনত দোপত দোপে আগুৱাই যোৱা।
 
9.যোৱা বছৰটোত কৰা ভুলবোৰ শুধৰণি কৰাৰ সময় আহিছে, আৰু আহিছে এটি নতুন বছৰ, গুচি যোৱা সময়ক আৰু কাহানীও ওভতাই আনিব নোৱাৰি, কিন্তু আহিব লগা সময়খিনিত আমাৰ নতুন কৰ্মসূচী ঠিক কৰিব পাৰি। নৱবৰ্ষৰ শুভেচ্ছা যাচিলো।
 
10.মই নকওঁ যে তুমি সফল হোৱা, মই নকওঁ যে তুমি সুখী হোৱা। মই কৈছো যে এই নতুন বছৰত তোমাৰ যেন এতি সুন্দৰ চৰিত্ৰ গঠন হয়। যিজন চৰিত্ৰবান হয় তেওঁৰ জীৱন সদায় সুখৰ হয়। নতুন বছৰ শুভেচ্ছা জনালো।
 
11.মই মনৰ পৰা প্ৰাৰ্থনা কৰিছো যে মোৰ সকলো বন্ধু-বান্ধৱীৰ যেন এই নতুন বছৰটো ভালে ভালে পাৰ হয়। শুভ নৱবৰ্ষ।
 
Happy New Near Wishes For Friends
 
12.সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা নতুন বছৰৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
 
13. চমুকৈ কৈছো হেপ্পী নিউ ইয়াৰ। আপুনি বিচৰা ধৰনে বছৰটো যাওক।
 
14.নতুন শব্দই হৈছে এটা আশা, এটা উৎসকতা জীয়াই ৰাখক। নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনাো।
 
15. তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ'বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
 
16. আনৰ পৰা সুখৰ দৰমহা নিবিচাৰিবা, নিজেই দিবা নিজকে সুখৰ দৰমহা, আনে দিয়া মৰমখিনি বনাচ বুলি ভাৱি লবা। শুভ নৱবৰ্ষ

Happy New Year Wishes Quotes Messages

17. যোৱা বছৰৰ মধুৰ মূহুৰ্ত্তবোৰ স্মৃতিৰ মণিকুঠত ৰাখি নতুন বছৰত নতুন আশাৰে নতুন ঊদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা কমনা জনালোঁ।
 
18. পাৰ হৈ যোৱা বছৰলৈ উভতি চাই আৰু নতুন বছৰত ভৰি দিওতে দিয়া খোজটোয়ে সপোনবোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাঁছিলো।
 
19. নতুন বছৰৰ বহুত বহুত শুভ কামনা যাছিলো। আশা কৰোঁ আগন্তক বছৰত আপোনাৰ সপোনবোৰ পূৰ্ণ হওঁক।
 
20. এই নৱবৰ্ষত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবলৈ অন্তৰৰ পৰা নতুন বছৰৰ শুভ কামনা জনালো। 
 
21. নতুন বছৰৰ নতুন পোহৰে আপোনাৰ জীৱনত সেই সুহ উপহাৰ কঢ়িয়াই আনক যিবোৰ আপুনি ক্ৰয় কৰিব নোৱাৰা। যেনে মনৰ শান্তি, ভাল স্বাস্থ্য, আশীবাৰ্দ আৰু সকলোৰে মৰম। নৱবৰ্ষৰ শুভেচ্ছা যাঁছিলো।

Happy New Year Assamese Status

22. নতুন বছৰত, নতুন আশাৰে প্ৰতিটো ক্ষণ, প্ৰতিতো দিন সুখৰ হওঁক, তাৰে কামনাৰে সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ। 
 
23. নতুন বছৰৰ প্ৰতিটো ক্ষণেই সফলতাৰ ফাকু চতিয়াই, ৰঙীন কৰি তোলক, প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, সুখৰ হওঁক, সফলতাৰে ভৰি পৰক তাৰে কামনাৰে, নৱবৰ্ষৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা যাচিলোঁ । 
 
24. নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাঁছিলো।নতুন বছৰে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ সমৃদ্ধি । তাৰে কামনাৰে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আশাকৰোঁ তোমাৰ নতুন বছৰৰ প্ৰতিটো দিন সফলতা আৰু আনন্দেৰে ভৰি পৰক। 
 
25. সকলোলৈকে নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ শান্তি, সম্প্ৰীতি কঢ়িয়াই আনি গঢ়ি তোলক এখন ভাতৃত্ববোধৰ সমাজ। হেপ্পী নিউ ইয়াৰ 
 
26. কেৱল নৱবৰ্ষতো ভাল হওঁক বুলি আশা কৰিলে নহব, নিজে ভাল হোৱাৰ চেষ্টা কৰি এটা জীৱনৰ অন্যতম বৰ্ষ হিচাপে গঢ়ি তুলিব লাগিব। নতুন বছৰৰ বহুত বহুত শুভ কামনা জনালো।
 
Image of Happy New Year 2023 Wishes, Happy New Year 2023 Wishes, Image of Happy New year 2023 Pic, Happy New year 2023 Pic, Image of Happy financial Year 2022-23 wishes, Happy financial Year 2022-23 wishes, Image of Happy New Year wishes, Happy New Year wishes, Image of Happy New Year wishes for my love, Happy New Year wishes for my love, Image of New Year quotes, New Year quotes, Image of New Year thank you message, New Year thank you message,

Happy new year hd images
 
27. নৱবৰ্ষৰ হিয়া ভৰা শুভেছা জনালো। আশা কৰোঁ নতুন বছৰৰ প্ৰতিটো দিনেই স্মৰণীয় হৈ ৰওক আৰু সুখেৰে উপছি পৰক।
 
28. নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভকামনা জনালোঁ । আশা কৰোঁ নতুন বছৰটোত সকলোৰে দিনবোৰ ভালে ভালে পাৰ হয় যেন। Happy New Year
 
29. কৰ’ণা মহামাৰীৰ ধুমুহা মাজতে সমূহ ৰাইজলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ । Happy New Year
 
30. কৰ'ণা মহামাৰীৰ পৰা হাত সাৰি সকলো কুশলে থাকক, এই নৱবৰ্ষটো সকলোৰে বাবে সুখ, শান্তিৰ হৈ পৰক আৰু বেছি আনন্দময় হৈ পৰক Happy New Year
 
31. এই নৱবৰ্ষটো নিজৰবাবে একো নহলেও মা দেউতা, বন্ধু-বান্ধৱী সকলোকে যেন সদাই সুখত ৰাখিব পাৰো তাৰেই কামনা কৰিলোঁ। Happy New Year

Happy new year images with quotes

32. নতুন বছৰৰ নতুন কিৰণ, এই কিৰণৰ প্ৰতিটো স্পৰ্শই জীপাল কৰি তোলক আপোনাৰ জীৱন। তাৰেই কামনাৰে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাচিলো।
 
33. নতুন বছৰৰ এই বিশেষ দিনটোত মোৰ বিশেষ বন্ধু-বান্ধৱী সকললৈ বিশেষভাৱে মোৰ ফালৰ পৰা উপহাৰ আগবঢ়াব বিচাৰোঁ। সেয়া হৈছে মোৰ চৰ্তহীন আজীৱন বন্ধুত্ব আৰু মৰম। আৰু লগতে নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা যাচিলো।
 
34. পুৰণি বস্তুৰ আদৰ সময়ৰ লগে লগে কমি যায় যিদৰে, ঠিক তেনেদৰে পুৰণি হল যোৱা বছৰটোৰ দিনবোৰ। আশাকৰোঁ আমাৰ বন্ধুত্ব যোৱা বছৰটোত কৈ অধিক মধুৰ হওঁক আৰু অধিক সুখ ময় হওঁক। তাৰে কামনাৰে নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ।
 
35. সময় আহিব আৰু যাব, কাৰণ সময় গতিশীল, সেইদৰে বছৰটো আহিব আৰু যাব, কাৰণ সময়ে কাৰো বাবে অপেক্ষা নকৰে, কিন্তু আমাৰ বন্ধুত্ববোৰ এবাৰেই আহিলে, নাযায় আৰু কেতিয়াও যাব নিদিওঁ। কাৰণ সেয়া হৈছে আমাৰ প্ৰতিশ্ৰুতি, আমাৰ আৱেগ আমাৰ বিশ্বাস। সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলো।
 
36. যোৱা বৰ্ষটোত আপোনাৰ যি হল তাক লৈ দুখ নকৰিব, মাত্ৰ ভাবি লোৱা নতুন বৰ্ষটো আপোনাৰ আৰু আপোনাৰ বাবেই আহিছে। শুভ নৱবৰ্ষ
 
অসমীয়া new year status
 
 37. যোৱা বছৰটো যদি আপোনাৰ বাবে বেয়া আছিল, তেন্তে ধৰি লোৱা সেই বছৰটো আপোনাৰ নাছিল। এতিয়া আপোনাৰ কাম হব নতুন বছৰটোত আপোনাৰ কঠিন শ্ৰম আৰু শক্তিশালী মানসিক স্থিতিৰ দ্বাৰা নিজৰ কৰি লোৱা। শুৱ নৱবৰ্ষ।
 
38. যোৱা বছৰৰ কঠিন সময় বোৰ আমি সকলোৱে পাৰ কৰিব পাৰিলেও আমি কিছু চাপত ভুগি থাকিব লগা হল। এই কঠিন সময়বোৰ নতুন বৰ্ষ ই নোহোৱা কৰক, আকাশৰ কলীয়া ডাৱৰ বোৰ বৃষ্টি পাতেৰে আঁতৰি যাওঁক। নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।
 
39. তুমি মোৰ লগত থাকিলে সময় বোৰ কেনেদৰে পাৰ হয় অনুমান কৰিব পৰা নাযায়। সেয়েহে কিজানি যোৱা বৰ্ষটো সোনকালে পাৰ হোৱা যেন লাগিল।
 
40. নৱবৰ্ষৰ বাবে তুমি কোনো ধৰণৰ নতুন সংকল্প লোৱাৰ প্ৰয়োজন নাই, কাৰণ তুমি মোৰ বাবে ঠিকে আছা। নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ।
 
41. নৱবৰ্ষটো মানৱ জাতিৰ বাবে দুঃ সময় যদিও আমাৰ বাবে এক বিশেষ বছৰ হৈ ৰব কাৰণ এই বছৰটোতে আমি একেলগে অধিক সময় পাৰ কৰিলোঁ।
 
Happy new year 2023 free images
 
 42. নৱবৰ্ষৰ নৱ আলোকেৰে ন ৰূপত মানৱতাৰ সম্প্ৰীতিৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ‌ওঁক। নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।
 
43. আমাৰ তৰফৰ পৰা আমাৰ পৰিয়ালৰ বন্ধু বান্ধৱী, পূজনীয় জেষ্ঠজন আৰু কণিষ্ঠজন সকলোলৈ মৰম আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
 
44. সমূহ অসমবাসীলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিগত দিনবোৰৰ দৰে এইবাৰো নৱবৰ্ষৰ শুভ ক্ষনত আপোনালৈ আৰু আপোনাৰ পৰিয়াল লৈ অধিক সুখ আৰু উন্নতি কামনা কৰিলো।
 
45. সকলো বন্ধু-বান্ধৱী, দাদা, বাইদেউ, ভাইটি ভন্টি আৰু সমূহ অসমবাসীলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো।
 
46. সকলো জেষ্ঠজনলৈ সেৱা আৰু অগ্ৰজ, অনুজ ভাতৃ, ভগ্নী, বন্ধু-বান্ধৱী সকলোলৈকে নতুন বছৰৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা যাছিলো।
 
Happy new year 2023 free images assamese
 
 47. গতিশীল সময়ৰ বোকোচাত উঠি পাৰ হৈ গ'ল সমগ্ৰ মানৱ জাতিৰ বাবে শতিকাৰ এটি দুস্বপ্নৰ বছৰ। নৱবৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰো। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা, আশা নথকা হলে পৃথিৱীখন ইমান সুন্দৰ কেতিয়াও নহ'ল হয়, তেনে বহুটো আশা আহি থকা দিনবোৰত সুখ শান্তিৰে বাস্তৱায়িত কৰাৰ হেঁপাহেৰে আজি নতুন বছৰটিক আদৰিবলৈ ওলাইছো। আৰু সকলোলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।
 
48. সকলো অসমবাসীলৈ নৱবৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নৱবৰ্ষটোৰ প্ৰথম দিনৰ পৰাই আপোনালোকৰ জীৱন সুন্দৰ আৰু সুখীময় হওঁক। সকলো কৰ্মত সফলতাৰ চিৰি বগাওক আৰু সকলোৰে বাবে সুখ শান্তি কঢ়িয়াই আনক।
 
49. বিগত বছৰৰ দৰেই এই নৱবৰ্ষৰটো পাৰ হৈ যাব। মাত্ৰ বিচাৰোঁ নৱবৰ্ষটোত যোৱা বছৰ দুখবোৰ পাহৰাই এটা নতুন জীৱন গঢ়ি, সুখ শান্তিৰে থাকিব বুলি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
 
50.মোৰ সকলো বন্ধু-বান্ধৱীলৈ আগতীয়াকৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। নৱবৰ্ষটোৱে আপোনালোক সকলোলৈ কঢ়িয়াই আনক অনেক সুখ-সমৃদ্ধিৰ বতৰা।
 
51. নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা আৰু শুভকামনা জনালোঁ। আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ নতুন বছৰৰ অধিক সুখ আৰু সফলতা কঢ়িয়াই আনক। আমাৰ ইজনে সিজনৰ প্ৰতি থকা আত্মীয়তা আৰু মৰমৰ বান্ধোনবোৰ যুগমীয়া হৈ কুশলে থাকক। লগতে ভগৱানে সকলোৰে মংগল কৰক।
 
Image of Happy New Year 2023 Wishes, Happy New Year 2023 Wishes, Image of Happy New year 2023 Pic, Happy New year 2023 Pic, Image of Happy financial Year 2022-23 wishes, Happy financial Year 2022-23 wishes, Image of Happy New Year wishes, Happy New Year wishes, Image of Happy New Year wishes for my love, Happy New Year wishes for my love, Image of New Year quotes, New Year quotes, Image of New Year thank you message, New Year thank you message,

Assamese quotes about life 2023
 
52. বিশ্বৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষটোক আদৰাৰ বাবে বিভিন্ন ধৰনে আৰম্ভ হৈছে জাক জমকীয়া আয়োজন। সমানে আৰম্ভ হৈছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ উৎসাহ উদ্দীপনা। মইওঁ মোৰ সকলো বন্ধু-বান্ধৱীলৈ 
 
53. নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জনালোঁ।
 
54. নতুন বছৰৰ, নতুন ক্ষণত এয়া যেন এক সকলোৰে বাবে শুভ আৰম্ভণি। অলেখ অযুত সপোন আৰু পৰিকল্পনাৰে নতুন বছৰটো সকলোৰে বাবে শুভ হওঁক তাৰেই কামনাৰে, হেপ্পী নিউ ইয়াৰ।
 
55. ইংৰাজী নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা যাছিলো। নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই কঢ়িয়াই আনক সুখ, শান্তি, সম্প্ৰীতি আৰু প্রগতিৰ বতৰা
 
56. ন-সূৰুযে কঢ়িয়াই আনক সকলোৰে বাবে নতুন আশাৰ ৰেঙণি। ৰামধেনুৰ সাতোটি ৰঙৰ দৰে ৰঙীণ হৈ পৰক সকলোৰে জীৱন। পৰিবৰ্তন হ'ল মাথো সেই পুৰণি কেলেণ্ডাৰ খনৰ, সেইখনৰ দৰে যাতে আমাৰ জীৱনৰ কেলেণ্ডাৰ খনতো দিনবোৰ সলনি কৰিব পাৰো, তাৰেই আশাৰে আলিংগন কৰিছো নসূৰুযক। জনাইছো সকলোকে ইংৰাজী নৱবৰ্ষৰ অলেখ হিয়াভৰা আন্তৰিক শুভেচ্ছা।
 
57. সকলো বন্ধু-বান্ধৱী আৰু শুভাকাংশীলৈ মোৰ ফালৰ পৰা ইংৰাজী নববৰ্ষৰ হিয়াভৰা আন্তৰিক শুভেচ্ছা যাঁছিলো।
 
Best Assamese happy new year wishes for lovers
 
58. তোমালৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ। এই কৰণা দিনাত ভালে থাকা আৰু জীৱনটো আগুৱাই যোৱা।
 
59. নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো। আশা কৰো নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক নতুন সফলতা,
 
60. নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো নতুন বছৰটিয়ে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা।
 
61. তোমাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।
নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ। অনাগত দিনবোৰে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তিৰ বতৰা।
 
Happy new year images download
 
62. নতুন জীৱন, নতুন সময়, নতুন সপোন, নতুন আশা আৰু জীৱনৰ সকলোতে নতুনত্ব আগুৰি ধৰি তোমাৰ লগতে পৰিয়ালৰ সকলোৰে জীৱন ৰঙীন কৰি তোলক।তাৰে কামনাৰে আগন্তক নৱবৰ্ষৰ শুভেচ্ছা জনালো।

63. নিৰাশা বোৰ নাইকিয়া হৈ আশাবোৰ পূৰণ হওঁক, সাঁচি থোৱা প্রতিটো সপোন পলকতে বাস্তৱ ৰুপ হওঁক, আৰু এই নতুন বছৰটিয়ে আপোনাৰ বাবে কঢ়িয়াই আনক আনন্দ আৰু সুখৰ বন্যতাৰেই কামনাৰে আপোনাক লগতে আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জনালো

  
64. আপোনাৰ জীৱনটো হওঁক সূৰ্যৰ দৰে উজ্জ্বল, পানীৰ দৰে শীতল আৰু মৌৰ দৰে মিঠা, এই শুভনৱবৰ্ষত, আপোনাৰ সকলো ইচ্ছা যেন পূৰণ হয়।নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালো।

 65. বছৰটো সলনি হওঁক, দিনবোৰ  সলনি হওঁক, কিন্তু মৰম, ভালপোৱা, স্নেহ  আৰু বন্ধুত্ব যাতে একেই থাকেতাৰেই কামনাৰে নৱবর্ষৰ হিয়াভৰা শুভেচ্ছা জনালো

66. আজিৰে পৰা আকৌ এটা নতুন বছৰৰ আৰাম্ভণি, জীৱন নামৰ কিতাপখনৰ এটা আধ্যয়ৰ সামৰণি, সকলোৰে লগত ভালহৈ থকাৰ চেষ্টা চলাওঁ আগলৈও এনেকৈয়ে থাকিম মোক বেয়া বুলি ভৱা সকলৰ পৰা যিমান পাৰো আঁতৰি থকাৰেই চেষ্টা চলাম।নতুন বছৰৰ শুভেচ্ছা জনালো

 Free happy new year images

67. জীৱনটো বাস্তবতে খুবেই সহজ, কিন্তু আমি নিজে ইচ্ছা কৰি আমাৰ কাম-কাজবোৰ মাধ্যমেৰে তাক জটিল কৰি তোলো আশা কৰো নতুন বছৰত তোমাৰ জীৱনটো যেন শৈশৱ কালটোৰ নিচিনা সহজ সৰল হৈ উঠে, তাৰেই কামনাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

68. ভাবি আছে নেকি নতুন বছৰত কি উপহাৰ দিব প্রিয়জনক? ব্যাস্ত জীৱনৰ পৰা মিনিট কেইটামান দিয়ক তেওঁক নিচ্চয় সুখী'ব। নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।

69. ভালপোৱাই জীৱন সুন্দৰ কৰে, বিচ্ছেদে সপোন ভাঙে বিশ্বাসে সাহস দিয়ে বিশ্বাস ঘাতকে জীৱনলৈ ধুমুহাৰ ৰূপলৈ আহে আৰু হাঁহিবোৰ সপোনবোৰ থানবান কৰি গুছি যায়।নৱবৰ্ষৰ শুভেচ্ছা জনালো।

70. সন্মূখত নতুন বছৰ বেছি একো নিবিচাৰোমাত্ৰ এটাই প্ৰাৰ্থনা হে ভগৱান সকলোকে ভালে ৰাখিবা।

71. সকলোৰে জীৱনত অলপ সুখ আৰু শান্তি দিবা, তাৰেই কামনাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালো।

 
72. নতুন বছৰ আহি আছে বিশেষ একো নিবিচাৰোঁ। মাথো পৃথিৱীৰ সকলোৰে মাক-দেউতাক ভালে থাকক।হেপীনিউইয়াৰ।
 
Happy new year images with quotes
 
 73. ভালে থাকা বন্ধু তুমি, ভালে ৰাখা মন,যদি মনে বিচাৰে তেনেহলে মোক কৰিবা স্মৰণ | Happy New Year 2023
 
74. তোমাৰ সকলো আশা পূৰণ হওঁক,সকলো সপোন সত্য হওঁক, তাৰেইকামনাৰে নতুনবছৰৰহিয়াভৰা শুভেচ্ছা জনালোঁ।
 
75. পোহৰ বিচাৰি আন্ধাৰ পাওঁ, সুখ বিচাৰি বিচাৰি দুখ পাওঁ,হাঁহি বিচাৰি বিচাৰি চকুলো পাওঁ, তথাপিও আগুৱা যাওঁ, কিজানি জীৱন পথত কেতিয়াবা হঠাৎ জিকি যাওঁ। তুনবছৰৰশুভেচ্ছা জনালো
 
76. জীৱনত সমস্যা থাকিবই,কিন্তু জীৱনটো  সমস্যা নহয়। সমস্যাৰ এদিন সমাধান ওলাব, কিন্তু জীৱনটো শেষ কৰি দিলে,কোনো সমস্যাৰ সমাধান নহয়। নৱবৰ্ষৰহিয়াভৰা শুভেচ্ছা জনালো।
 
77. বাল্টিটোত পানী যিমানেই নাথাকক কিয়,তাৰ পৰা পানী খালী কৰিবলৈ সামান্য ফুটা এটাই যথেষ্ট। জীৱনটো যিমানেই সুন্দৰ নহওঁক কিয়,ধ্বংস হবলৈ সামান্য ভুল এটাই যথেষ্ট।নতুনবছৰৰহিয়াভৰা শুভেচ্ছা জনালোঁ।
 
 

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form