অলিম্পিক - Olympics | Sports GK Questions And Answers in Assamese

Sports GK Questions And Answers - World Sports General Knowledge

অলিম্পিক - Olympics :

1. 2008 চনৰ বেইজিং অলিম্পিকত সৰ্বাধিক সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰা খেলুৱৈজনৰ নাম কি ?
■ মাইকেল ফেল্পছ

2. 2012 চনৰ লণ্ডন অলিম্পিকত কোনখন দেশে সৰ্বাধিক সোণৰ পদক লাভ কৰিছিল ?
■ আমেৰিকা যুক্তৰাষ্ট্ৰ

3. কোনজন খেলুৱৈয়ে ভাৰতৰ হৈ পোন প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ব্যক্তিগত শাখাত সোণৰ পদক অৰ্জন কৰে ?
■ অভিনৱ বিন্দ্ৰা (10 মিটাৰ এয়াৰ ৰাইফল শ্বুটিঙত)

4. কোনখন দেশে অলিম্পিক হকীত সৰ্বাধিক সোণৰ পদক লাভ কৰিছে ?
■ ভাৰত

5. অলিম্পিকৰ মুলমন্ত্ৰ কি ?
■ বেগবান, উৰ্ধবান আৰু বলবান

6. অলিম্পিক কমিটীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
■ ছুইজাৰলেণ্ডত

7. অাধুনিক অলিম্পিক প্ৰথমে ক'ত অনুষ্ঠিত হৈছিল ?
■ এথেন্সত (1896 চনত)

8. কিমান চনত প্ৰথম শীতকালীন অলিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ?
■ 1924 চনত

9. অলিম্পিকত অংশগ্ৰহণৰ সৰ্বাধিক বয়সৰ সীমা কিমান ?
■ বয়সৰ কোনো সীমা নাই

10. আধুনিক অলিম্পিকৰ জনক পিয়েৰ দী কুৱেৰ্টিন কোন দেশৰ লোক ?
■ ফ্ৰান্স

11. অলিম্পিকৰ পতাকাত থকা পৰস্পৰ সংযুক্ত পাঁচটা বৃত্তই কি সূচায় ?
■ পাঁচখন মহাদেশ

12. অলিম্পিক ইভেণ্টৰ চূড়ান্ত পৰ্যায়ত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন ?
■ পি. টি. ঊষা


ক্ৰিকেট - Cricket :

1. কোনজন ক্ৰিকেট খেকুৱৈক 'ব্লক ব্ৰেডমেন' হিচাপেও জনা যায় ?
■ জৰ্জ হেড্লী

2. এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত পোন প্ৰথমে 10.000 ৰাণ কৰা খেলথৱৈগৰাকী কোন ?
■ শচীন তেণ্ডুলকাৰ

3. 1975 চনত কোনখন দেশে প্ৰথম বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত জয়লাভ কৰিছিল ?
■ ৱেষ্ট ইণ্ডিজ

4. এখন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলত ব্যক্তিগত সৰ্বাধিক ৰাণ সংগহকাৰী প্ৰথম ক্ৰিকেটাৰজনৰ নাম কি ?
■ শচীন তেণ্ডলকাৰ

5. 2012 চনত শ্ৰীলংকাত অনুষ্ঠিত আই চি চি টুৱেণ্টি-20 ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰা দেশখনৰ নাম কি ?
■ ৱেষ্ট ইণ্ডিজ

6. ক্ৰিকেট খেলৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় ?
■ ডব্লিউ. চি. গ্ৰেছ

7. পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ উচ্চতাত থকা ক্ৰিকেট খেলপথাৰখন ভাৰতত অৱস্থিত। খেলপথাৰখনৰ নাম কি ?
■ ছেইল, হিমাচল প্ৰদেশ

8. ক্ৰিকেট পিটচ্ খনৰ আকাৰ কিমান ?
■ দীঘলে 22 গজ আৰু 10 ফুট বহল

9. ক্ৰিকেট বেটকখন কি কাঠেৰে তৈয়াৰী ?
■ উইল

10. টেষ্ট ক্ৰিকেটৰ প্ৰথম অভাৰতে হেটট্ৰিক অৰ্জন কৰা বিশ্বৰ সৰ্বপ্ৰথম বলাৰজন কোন ?
■ ইৰফান পাঠান

11. টেষ্ট ক্ৰিকেটত সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰীৰ অভিলেখ বৰ্তমালৈ কাৰ নামত লিপিবদ্ধ হৈ আছে ?
■ ব্ৰায়ান লাৰা

12. থাৰ্ড আম্পায়াৰৰ দ্বাৰা আউট হোৱা প্ৰথমজন বেটছমেনৰ নাম কি ?
■ শচীন তেণ্ডুলকাৰ

13. কোনখন দেশে 2000 চনত টেষ্ট খেলাৰ যোগ্যতা অৰ্জন কৰিছিল ?
■ বাংলাদেশ

14. প্ৰথমখন ক্ৰিকেট ৱৰ্ল্ড কাপ টুৰ্নামেণ্টৰ নাম কি আছিল ?
■ Prudential Trophy

15. ক্ৰিকেট খেলত ব্যৱহৃত ষ্টাম্পৰ উচ্চতা কিমান ?
■ 28 ইঞ্চি

16. কোনখন দেশত ক্ৰিকেটৰ জন্ম হৈছিল ?
■ ইংলেণ্ড

17. এতিয়ালৈকে অনুষ্টিত বিশ্বকাপ ক্ৰিকেটত বিজয় সাব্যস্ত কৰা একমাত্ৰ আয়োজক দেশখনৰ নাম কি ?
■ শ্ৰীলংকা

18. ক্ৰিকেট বল এটাৰ ওজন কিমান ?
■ 5.75 আউন্স

19. কোনজন ক্ৰিকেটাৰক 'দা ডন' বুলিও জনা যায় ?
■ ছাৰ ডন ব্ৰেডমেন

20. টেষ্ট মেচ খেলাৰ বাবে যোগ্যতাসম্পন্ন আটাইবোৰ দেশৰ ভূমিত তেওঁলোকৰ বিপক্ষে খেতি শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমজন বেটছ্মেনৰ নাম কি ?
■ ৰাহুল দ্ৰাৱিড়

21. ক্ৰিকেটৰ কিমান ৰাণ সংখ্যাক নেলচন বুলি জনা যায় ?
■ 111 ৰাণ

22. টেষ্ট ক্ৰিকেট ইতিহাসত দুখন 'টাই' টেষ্টত জড়িত একমাত্ৰ দেশখন কিব ?
■ অষ্ট্ৰেলিয়া

23. প্ৰথম এদিনীয়া আন্তৰ্জাতিক খেল অনুষ্ঠিত হোৱা ষ্টেডিয়ামখনৰ নাম কি ?
■ মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ড

24. কোনজন ক্ৰিকেট খেলুৱৈক 'গুগ্লী' বলিং ষ্টাইলৰ উদ্ভাৱক ৰূপে জনা যায় ?
■ বি. ব'চানকেট

25. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
■ ডুবাই

26. কোন চনত প্ৰথমখন দিবা-নৈশ ক্ৰিকেট খেল অনুষ্টিত হৈছিল ?
■ 1979 চনত

27. কোনখন ষ্টেডিয়ামক 'ক্ৰিকেটৰ মক্কা' বোলা হয় ?
■ লৰ্ডছ

28. ক্ৰিকেট পিট্ছত থকা বলিং বা পপিং ক্ৰিজৰ জোখ কিমান ?
■ 4 ফুট আৰু 4 ইঞ্চি

29. ক্ৰিকেটত 'গোল্ডেন ডাক' মানে কি ?
■ প্ৰথম বলতে আউট হোৱা বেটছ্মেন

30. আটাইতকৈ বেছিবাৰ বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলা দেশখনৰ নাম কি ?
■ অষ্ট্ৰেলিয়া

31. টেষ্ট মেচত আত্মপ্ৰকাশক খেলতে শতৰাণ কৰিবলৈ সক্ষম হোৱা পিতাপুত্ৰদ্বয়ৰ নাম কি ?
■ লালা অমৰনাথ আৰু সুৰিন্দৰ অমৰনাথ

32. ক্ৰিকেটৰ ইতিহাসত কনিষ্টতম অধিনায়কজন কোন ?
■ টাটেণ্ডা টাইবু

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form