Mur Mon Lyrics – Zubeen Garg | from Roi Roi Binale

Mur Mon Lyrics – Zubeen Garg, Roi Roi Binale, assmese song lyrics, zubeen garg song lyrics

জুবিন গাৰ্গৰ নতুন গীত "মোৰ মন"-সুন্দৰ গীতটিৰ কথা আৰু ভিডিঅ' এতিয়া আপোনাৰ বাবে। 'ৰৈ ৰৈ বিনালে' ছবিৰ এই সুন্দৰ গীতটিৰ কথা, সুৰ আৰু কণ্ঠ জুবিন গাৰ্গৰ। যোৱা কালি মুক্তি (7 Oct 2025) পোৱা এই গীতটোৱে অসমীয়া সংগীত জগতত এক নতুন অনুভৱ কঢ়িয়াই আনিছে। Zubeen Garg Mur Mon lyrics, Roi Roi Binale song, আৰু Assamese New Song বিচাৰি থকা প্ৰতিজন সংগীতপ্ৰেমীৰ বাবে এই পোষ্টটো অপৰিহাৰ্য। গীতৰ বিষয়ে সবিশেষ আৰু সম্পূৰ্ণ কথা পঢ়ক 

Mur Mon Lyrics – Zubeen Garg | from Roi Roi Binale:

জুবিন গাৰ্গৰ প্ৰশংসকসকললৈ এক সুখবৰ! যোৱা কালি মুক্তি লাভ কৰিলে বহুত দিনৰ অপেক্ষাৰ অন্তত 'ৰৈ ৰৈ বিনালে' ছবিৰ নতুন গীত "মোৰ মন"-ৰ ভিডিঅ'! এই গীতটোত জুবিন গাৰ্গে কণ্ঠদান কৰাৰ লগতে ইয়াৰ গীত আৰু সংগীত ৰচনাও কৰিছে।

"মোৰ মন" গীতটোৱে মুক্তি লাভ কৰাৰ লগে লগে অনুৰাগীৰ মাজত এক নতুন উত্তেজনাৰ সৃষ্টি কৰিছে। প্ৰেম আৰু হৃদয় ভগাৰ বেদনাৰে ভৰা এই গীতটোৱে শ্ৰোতাক এক আৱেগিক যাত্ৰালৈ লৈ যায়।

চিনেমাখনৰ মুক্তিৰ পূৰ্বে এই গীতটোৱে দৰ্শকৰ মাজত যথেষ্ট কৌতুহল বৃদ্ধি কৰিছে। আপুনি এতিয়াই i Creations & Zeal Creations লেবেলৰ অধীনত মুক্তি পোৱা এই গীতৰ ভিডিঅ'টো চাব পাৰে। জুবিন গাৰ্গৰ নতুন গীত, 'ৰৈ ৰৈ বিনালে'ৰ গানৰ কথা আৰু অসমীয়া নতুন গান বিচাৰি থকা সকলৰ বাবে এয়া এক বিশেষ উপহাৰ!

Mur Mon Lyrics – Zubeen Garg | from Roi Roi Binale

Assamese Lyrics :
মোৰ মন দুচকুত অসহায় অকলশৰে 
মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে 
মোৰ মন মোৰ বুকুত লিখে একেই আখৰে 
মোৰ মন মোৰ ছবি আঁকে একেই সাঁথৰে 
মোৰ মন দুচকুত অসহায় অকলশৰে 
মোৰ স্পৰ্শ মোৰ আকাশ আঁকেই একেথৰে

মোৰ আঁউসীৰ জোনে আজি পোহৰ বিচাৰে 
মোৰ স্বপ্নভৰা গানে ওঁঠেৰে নিগৰে 
মোৰ ডেউকাৰ ক'লা ৰং শুভ্র হ'ব খোজে 
মোৰ কাজলী ৰাতি বর্ণিল হ'ব খোজে 

মোৰ মন দুচকুত অসহায় অকলশৰে 
মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে 
মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে 
মোৰ তীব্র কোলাহল ৰচে একেই সাঁথৰে 

মোৰ মন দুচকুত অসহায় অকলশৰে 
মোৰ স্পৰ্শৰ বলাকাত বিচাৰা নিজৰ দৰে
মোৰ মন দুচকুত অসহায় অকলশৰে 
মোৰ স্পৰ্শ মোৰ আকাশ আছেই একেথৰে

English Lyrics :
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky
The same script engraves both my heart and mind;
My thoughts and my portraits are carved by the same riddles
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky
The new moon of my mind yearns for light
As dream-laden songs emanate from my lips
The dusk of my wings yearns to shine so bright,
The darkness of my night desires to bloom in hues of light
Lonely and adrift through my mind and sight
Find me drifting where touch and thought unwind
As my mind’s grown stone, silent and stark
Echoes awaken, from enigmas dark
Lonely and adrift through my mind and sight
Find me drifting where touch and thought unwind
Lonely and adrift through my mind and sight
My touch, unmoving and still, akin to my sky

Audio Credits:
Lyrics: Zubeen Garg
Music: Zubeen Garg
Vocal: Zubeen Garg
Music Arrangement: Zubeen Garg
Guitar: Ishanu
Mix & Mastering: Jintu Bordoloi
Recorded at: Zubeen Garg Studio
English Subtitle: Manaswinee Mahanta

Song: Mur Mon
Film: Roi Roi Binale
Label: i Creations & Zeal Creations 

Roi Roi Binale
A Zubeen Garg Musical

Story: Zubeen Garg
Direction: Rajesh Bhuyan
DoP: Sumon Dowerah, Gyan Gautam
Screenplay & Dialogues: Rahul Gautam Sharma
Music: Zubeen Garg
Editor: Protim Khaund
Produced by: Zubeen Garg, Garima Saikia Garg & Shyamantak Gautam  
Executive Producer: Rhitu Prayag Garg & Anupam Sharma

Meraz

Hey Guys, Welcome... My Name Is Merajul Achar, From Assam, India.

Previous Post Next Post

Contact Form